Year: 2021

গুৰুতৰভাৱে অসুস্থ প্রফুল্ল মহন্তক এয়াৰ এম্বুলেঞ্চেৰে দিল্লীলৈ

গুৰুতৰভাৱে অসুস্থ প্রফুল্ল মহন্তক এয়াৰ এম্বুলেঞ্চেৰে দিল্লীলৈ

গুৱাহাটী: গুৰুতৰভাৱে অসুস্থ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তক বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা এয়াৰ এম্বুলেঞ্চেৰে উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীলৈ নিয়া হৈছে৷ নতুন দিল্লীৰ এইমছত ভর্তি কৰোৱা মহন্তৰ শাৰীৰিক অৱস্থা এতিয়াও যথেষ্ট