গুৰুতৰভাৱে অসুস্থ প্রফুল্ল মহন্তক এয়াৰ এম্বুলেঞ্চেৰে দিল্লীলৈ

0 min read

গুৱাহাটী: গুৰুতৰভাৱে অসুস্থ প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তক বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা এয়াৰ এম্বুলেঞ্চেৰে উন্নত চিকিৎসাৰ বাবে নতুন দিল্লীলৈ নিয়া হৈছে৷

নতুন দিল্লীৰ এইমছত ভর্তি কৰোৱা মহন্তৰ শাৰীৰিক অৱস্থা এতিয়াও যথেষ্ট জটিল৷ উল্লেখ্য যে যোৱা মাহত হঠাতে অসুস্থ হৈ পৰা মহন্তক মহানগৰীৰ ডাউন টাউন হাস্পতালত ভর্তি কৰোৱা হৈছিল৷

চিকিৎসাধীন অৱস্থাত মহন্ত কিছু সুস্থ হৈ উঠিছিল যদিও শেহতীয়াকৈ পুনৰ অসুস্থ হৈ পৰে প্রাক্তন মুখ্যমন্ত্রীজন৷

You May Also Like

More From Author