Year: 2021

Heroin Worth Rs 42.8 Lakhs Seized In Mizoram By Assam Rifles

Heroin Worth Rs 42.8 Lakhs Seized In Mizoram By Assam Rifles

Aizawl: The Assam Rifles on Wednesday seized 107 grams of heroin worth Rs 42.8 lakhs and illegal foreign goods worth Rs 12.8 lakhs in the Beraw Lui Veng area of Aizwal. According to the Assam Rifles, the recovered items have been handed over to the concerned departments. “#AssamRifles troops in

কুইপ’ কোম্পানী-ৰাম কুমাৰ-অইল ইণ্ডিয়াক লৈ আলফাৰ বিবৃতিত কি আছে?

কুইপ’ কোম্পানী-ৰাম কুমাৰ-অইল ইণ্ডিয়াক লৈ আলফাৰ বিবৃতিত কি আছে?

আলফা স্বাধীনে আজি কুইপোৰ কৰ্মচাৰী ৰাম কুমাৰৰ মৃত্যুদণ্ডৰ দিন ঘোষণা কৰাৰ লগতে কুইপো আৰু অইল ইণ্ডিয়াক লৈও জাননী জাৰি কৰিছে। আলফা স্বাধীনে এই সম্পৰ্কে প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে এইদৰে- ‘সংযুক্ত মুক্তি বাহিনী আৰু এনএছচিএন-জিপিআৰএৰ তত্ত্বাৱধানত থকা quippo oil and gas infrastructure ltdৰ কৰ্মচাৰী দুগৰাকীৰ মুক্তি সন্দৰ্ভত এমাহ পাৰ হৈ

যোৰহাটত নাও দুৰ্ঘটনাঃ শিশুসহ ৪ জনৰ মৃতদেহ উদ্ধাৰ

যোৰহাটত নাও দুৰ্ঘটনাঃ শিশুসহ ৪ জনৰ মৃতদেহ উদ্ধাৰ

যোৰহাটৰ বাঘমৰাত বনভোজ খাবলৈ গৈ মঙলবাৰে ব্ৰহ্মপুত্ৰৰ বুকুত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এখন নাও ৷ দুৰ্ঘটনাত পতিত নাওখনত থকা ১৪-১৫ জনীয়া এটা দলে বাঘমৰালৈ বনভোজ খাবলৈ গৈ থকাৰ সময়তে ব্ৰহ্মপুত্ৰৰ বুকুত ডুব গৈছিল নাওখন ৷ লগে লগে হুৱাদুৱা লাগিছিল প্ৰত্যক্ষদৰ্শীৰ মাজত ৷ SDRF আৰু NDRF বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ

আলফাই ১৭ ফেব্ৰুৱাৰীত মৃত্যুদণ্ড বিহিব ৰাম কুমাৰকঃ বিষয়াৰ মুক্তিৰ বাবে তৎপৰ নহয় কুইপ’ কোম্পানী

আলফাই ১৭ ফেব্ৰুৱাৰীত মৃত্যুদণ্ড বিহিব ৰাম কুমাৰকঃ বিষয়াৰ মুক্তিৰ বাবে তৎপৰ নহয় কুইপ’ কোম্পানী

আলফা স্বাধীনৰ হাতত বন্দী হৈ থকা অইল কোম্পানী কুইপোৰ ৰেডিঅ’ অপাৰেটৰ ৰাম কুমাৰক মৃত্যুদণ্ড বিহাৰ ভাবুকি দিছে আলফা স্বাধীনে। সশস্ত্ৰ সংগঠনটোৱে অহা ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কুইপ’ৰ বিষয়াগৰাকীৰ মুক্তিৰ ক্ষেত্ৰত কোম্পানীটোৱে যদি বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ১৭ ফেব্ৰুৱাৰীত মৃত্যুদণ্ড দিয়া হ’ব বুলি বিবৃতিযোগে জনাইছে। অৰুণাচলৰ পৰা এন এছ চি এন