Year: 2021

ভাৰতবৰ্ষৰ ৫খন ৰাজ্যত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ অ’ৰেঞ্জ এলাৰ্ট

ভাৰতবৰ্ষৰ ৫খন ৰাজ্যত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ অ’ৰেঞ্জ এলাৰ্ট

প্ৰচণ্ড শীতত কঁপিছে দিল্লী-NCR অঞ্চলৰ লগতে সমগ্ৰ উত্তৰ ভাৰত। কেৱল শীতেই নহয়,কুঁৱলীয়ে ঢাকি ৰাখিছে সমগ্ৰ উত্তৰ ভাৰত।দিল্লীত বুধবাৰে নিম্নতম তাপমাত্ৰা আছিল ৪.৮°চেন্টিগ্ৰেড।একেদিনাই দেশৰ ৰাজধানী চহৰখনকো ঘন কুঁৱলীয়ে ঢাকি ৰাখিছিল।পঞ্জাব,হাৰিয়ানা, উত্তৰাখণ্ড,জম্মু-কাশ্মীৰতো নামিছে প্ৰচণ্ড শীত। পৰৱৰ্তী ৪-৫ দিন শীতৰ সম্ভাৱনা থকাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে দিল্লী,পঞ্জাব,হাৰিয়ানা, চণ্ডীগড়

১৬ জানুৱাৰীত ৩ হাজাৰ কেন্দ্ৰত আৰম্ভ হ’ব কোভিডৰ টীকাকৰণ অভিযান

১৬ জানুৱাৰীত ৩ হাজাৰ কেন্দ্ৰত আৰম্ভ হ’ব কোভিডৰ টীকাকৰণ অভিযান

দেশত লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে নতুনকৈ কোভিড-১৯ত সংক্ৰমিত লোকৰ সংখ্যা। এই সংক্ৰমণক পৰাস্ত কৰিবলৈ অন্তিমখন যুঁজ হিচাপে টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব অহা ১৬ জানুৱাৰীৰ পৰা। নীতি আয়োগৰ সদস্য ভি কে প’লে সদৰী কৰা অনুসৰি, এই মহা অভিযানৰ আৰম্ভ কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁ সাংবাদিকৰ আগত কয়- ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

অসমীয়াতে ৰাজ্যবাসীক মাঘ বিহুৰ শুভেচ্ছা জনালে প্রধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে

অসমীয়াতে ৰাজ্যবাসীক মাঘ বিহুৰ শুভেচ্ছা জনালে প্রধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে

ৰাজ্যজুৰি উদযাপন কৰা হৈছে মাঘবিহু। পুৱাই পৰম্পৰা অনুসৰি সকলো অসমীয়াই জ্বলালে ভেলাঘৰ-মেজি। ইফালে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অসমীয়াত অসমবাসীক জনালে মাঘ বিহুৰ শুভেচ্ছা। প্ৰধানমন্ত্ৰী মোডীয়ে ছ’চিয়েল মিডিয়াত লিখিছে- ‘সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জনাইছো। অনাগত সময়বোৰ আনন্দেৰে ভৰি পৰক। ঈশ্বৰৰ আশীৰ্বাদত চৌদিশে ভাতৃত্ববোধ আৰু কল্যাণ বিৰাজ কৰক।’ আনহাতে, অসমীয়াতে মাঘ বিহুৰ শুভেচ্ছা