Year: 2021

গোসাঁইগাঁৱৰ কচুগাঁৱ অগ্নিদগ্ধ হৈ প্ৰাণ গ’ল দুটি কণমানী শিশুৰ

গোসাঁইগাঁৱৰ কচুগাঁৱ অগ্নিদগ্ধ হৈ প্ৰাণ গ’ল দুটি কণমানী শিশুৰ

অসমৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ কচুগাঁৱত সংঘটিত হৈছে এটা দুখলগা ঘটনা ৷ লাভ কৰা খবৰ অনুসৰি ৪ বছৰীয়া আৰ্শিনা কিস্কু আৰু ৫ বছৰীয়া মণিৰাম হেম্ব্ৰমৰ অগ্নিদগ্ধ হৈ মৃত্যু হয় ৷ অসমে মুখ্যমন্ত্ৰী সর্বানন্দ