Year: 2021

আইডলত অনুমতিবিহীনভাৱে ২১টা বিষয়ৰ পাঠদানঃ অনিশ্চিত ৭৩,৯১২ ছাত্র–ছাত্রীৰ ভৱিষ্যৎ

আইডলত অনুমতিবিহীনভাৱে ২১টা বিষয়ৰ পাঠদানঃ অনিশ্চিত ৭৩,৯১২ ছাত্র–ছাত্রীৰ ভৱিষ্যৎ

গুৱাহাটীঃ  গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰৱর্তী আৰু মুক্ত শিক্ষা গ্রহণ প্রতিষ্ঠান, চমুকৈ আইডলত সংঘটিত কেলেংকাৰিৰ তদন্ত প্রতিবেদনত প্রকাশ পাইছে বহু বিস্ফোৰক তথ্য৷ এই বর্ষৰ ভাৰতৰ নিয়ন্ত্রক আৰু মহাহিচাপ পৰীক্ষকৰ (কেগ) প্রতিবেদনত গুৱাহাটী

এতিয়া মিছ কল দিলেই হ’ব পাৰিব অগপৰ সদস্য

এতিয়া মিছ কল দিলেই হ’ব পাৰিব অগপৰ সদস্য

সমষ্টিয়ে সমষ্টিয়ে ‘মিছ কল’ৰ জৰিয়তে অগপৰ সদস‍্যভৰ্তি অভিযান। সোমবাৰে কলিয়াবৰত মিছ কলৰ জৰিয়তে সদস‍্য ভৰ্তি অভিযানৰ শুভাৰম্ভণী কৰা হয়। অগপ দলৰ সাংগঠনিক সম্পাদক তথা তথ‍্য প্ৰযুক্তি কোষৰ দায়িত্ববাহী মণিমাধৱ মহন্তৰ নেতৃত্বত

গুৱাহাটী এৰি পলায়ন ৰেষ্টুৰেণ্টত গুণ্ডাগিৰি কৰা NSUIৰ ৫ সদস্য!

গুৱাহাটী এৰি পলায়ন ৰেষ্টুৰেণ্টত গুণ্ডাগিৰি কৰা NSUIৰ ৫ সদস্য!

বিচৰা খাদ্য সময়ত নোপোৱাত ৰেষ্টুৰেণ্টৰ ৰান্ধনীশালত প্ৰৱেশ কৰি  NSUIৰ ৫সদস্যই যোৱা ৩০ ডিচেম্বৰৰ নিশা গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰিছিল ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীক। নিশা বাৰত সুৰাপান কৰি প্ৰায় ১১ মান বজাত মহানগৰীৰ আগশাৰীৰ হোটেল

৫কোটি কোৰোনা ভেকচিন সাজু, মূল্য ৪৩০-৫৮৪টকা

৫কোটি কোৰোনা ভেকচিন সাজু, মূল্য ৪৩০-৫৮৪টকা

ছিৰাম ইষ্টিটিউটে প্ৰস্তুত কৰা কোৰোনা ভেকচিন এষ্টাজেনেকা বিক্ৰীৰ বাবে অনুমোদন লাভ কৰাৰ পাছত ভেকচিনৰ মূল্যৰ সন্দৰ্ভত ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে। এছ আই আইয়ে শেহতীয়াকৈ সদৰি কৰা অনুসৰি, ভেকচিনৰ এটা ড’জ ২১৯-২৯২টকা