গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰৱর্তী আৰু মুক্ত শিক্ষা গ্রহণ প্রতিষ্ঠান, চমুকৈ আইডলত সংঘটিত কেলেংকাৰিৰ তদন্ত প্রতিবেদনত প্রকাশ পাইছে বহু বিস্ফোৰক তথ্য৷ এই বর্ষৰ ভাৰতৰ নিয়ন্ত্রক আৰু মহাহিচাপ পৰীক্ষকৰ (কেগ) প্রতিবেদনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডলে দূৰৱর্তী শিক্ষা পৰিষদ, চমুকৈ ডি ই চিৰ প্রয়োজনীয় স্বীকৃতি অবিহনেই ২১টা পাঠ্যক্রমৰ পাঠদান কৰি অহা বুলি প্রকাশ পাইছিল৷
Year: 2021
Guwahati: In this year’s Republic Day, the Assam tableau will showcase the tea garden of the state. The theme of the tableau of Assam is ‘Assam tea- the backbone of India’s economy.’ It has been cleared by the Union Ministry of Defence for presentation on January 26, the Republic Day
সমষ্টিয়ে সমষ্টিয়ে ‘মিছ কল’ৰ জৰিয়তে অগপৰ সদস্যভৰ্তি অভিযান। সোমবাৰে কলিয়াবৰত মিছ কলৰ জৰিয়তে সদস্য ভৰ্তি অভিযানৰ শুভাৰম্ভণী কৰা হয়। অগপ দলৰ সাংগঠনিক সম্পাদক তথা তথ্য প্ৰযুক্তি কোষৰ দায়িত্ববাহী মণিমাধৱ মহন্তৰ নেতৃত্বত তথ্য-প্ৰযুক্তিৰ সহায়ত অগপৰ এই বিশেষ অভিযান অভিযান। পয়ত্ৰিশ বছৰ অতিক্ৰম কৰা অসমৰ ৰাজনীতিৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ।
বিচৰা খাদ্য সময়ত নোপোৱাত ৰেষ্টুৰেণ্টৰ ৰান্ধনীশালত প্ৰৱেশ কৰি NSUIৰ ৫সদস্যই যোৱা ৩০ ডিচেম্বৰৰ নিশা গুৰুলা–গুৰুলকৈ প্ৰহাৰ কৰিছিল ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীক। নিশা বাৰত সুৰাপান কৰি প্ৰায় ১১ মান বজাত মহানগৰীৰ আগশাৰীৰ হোটেল পেলেচিঅ’ত থকা লিগেচী ৰেষ্টুৰেণ্টত ৰোল খাবলৈ সোমাইছিল ৫ জনীয়া দলটো৷ নেতৃত্বত আছিল কিষাণু শৰ্মা নামৰ যুৱকজন৷ খাদ্য দিয়াত কিছু পলম
ছিৰাম ইষ্টিটিউটে প্ৰস্তুত কৰা কোৰোনা ভেকচিন এষ্টাজেনেকা বিক্ৰীৰ বাবে অনুমোদন লাভ কৰাৰ পাছত ভেকচিনৰ মূল্যৰ সন্দৰ্ভত ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে। এছ আই আইয়ে শেহতীয়াকৈ সদৰি কৰা অনুসৰি, ভেকচিনৰ এটা ড’জ ২১৯-২৯২টকা হব যদিও সেই ভেকচিন বজাৰত ৪৩০-৫৮৪টকাৰ বিনিময়ত কিনিব পাৰিব গ্ৰাহকসকলে। প্ৰতিষ্ঠানটোৱে বৰ্তমানলৈকে ৫কোটি ডজ ভেকচিন প্ৰস্তুত কৰিছে। প্ৰতিষ্ঠানটোৱে সদৰি কৰা