Year: 2021

অসমত আকৌ ৩৬জন কোভিড পজিটিভ, সুস্থ হৈছে ৬৭জন

অসমত আকৌ ৩৬জন কোভিড পজিটিভ, সুস্থ হৈছে ৬৭জন

ৰাজ্যত আকৌ ৩৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ১০জন কামৰূপ মেট্ৰ’ৰ। এতিয়ালৈকে ৰাজ্যত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১৬৩৪০জনলৈ পাইছে বৃদ্ধি। দেওবাৰে অসমত সুস্থ হৈছে ৬৭জন লোক। সুস্থ হোৱা লোকৰ