Actor Sonam Kapoor and her husband Anand Ahuja never leave a chance to express their love for each other publically. The former on Sunday shared a delightful picture with her husband from the Diwali celebrations at their London home. Taking to her Instagram handle, Sonam shared three pictures featuring her
Year: 2021
FSS Season 8 শীৰ্ষক ছিনিয়ৰ Kid’s শাখাত অসমক প্ৰতিনিধিত্ব কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ধনশিৰি মহকুমাৰ বৰপথাৰৰ ৰিমি দেৱীয়ে । কলকাতাৰ মালদাত অনুষ্ঠিত দেশৰ আগশাৰীৰ ফেশ্বন শ্ব’ FSS season 8 ৰ ছিনিয়ৰ kidds শাখাত জয়ী হৈ বৰপথাৰৰ শিঙিমাৰী গাঁৱৰ বীৰ সিনহা আৰু লক্ষী দেৱীৰ ১২ বছৰীয়া জীয়াৰী ৰিমি দেৱীয়ে
আগন্তক ডিচেম্বৰ মাহৰ ৪ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব লগীয়া বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে বেংগালুৰুত অনুশীলন অব্যাহত ৰখাৰ মাজতে কেইটামান দিনৰ বাবে ঘৰলৈ আহিছে লাভলীনা ৷ শনিবাৰে বৰপথাৰৰ বাৰমুখীয়াৰ নিজা বাসগৃহলৈ আহিছে লাভলীনা বৰগোঁহাই । উল্লেখযোগ্য যে, শেহতীয়াকৈ দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰে সন্মানিত হৈছে লাভলীনা ৷
কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা । সীমান্ত এলেকাৰ লয়লাপুৰ খুলিছৰাত উদ্ধাৰ হ’ল এটা সজীৱ বোমা । আৰক্ষীয়ে জনোৱা মতে এই বোমাটো হাতে নিৰ্মিত । বোমাটো উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে । উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ উদ্যোগত সীমান্তৰ এই এলেকাত এখন পকী দলঙৰ কাম চলি আছিল
ডিমা হাছাও জিলাক দ্বিখণ্ডিত কৰি পৃথক দুখন জিলা গঠনৰ দাবীত অহা 8 নৱেম্বৰত ডিমা হাছাও জিলা বন্ধৰ আহ্বান জনাইছে ইণ্ডিজেনাচ পিপলছ ফৰামে । দীর্ঘ দিনৰ পৰা ইণ্ডিজেনাচ পিপলছ ফৰাম নামৰ সংগঠনটোৱে পৃথক জিলা গঠনৰ দাবী জনাই আন্দোলন অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, 2010 চনৰ 30 মাৰ্চ পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য