Year: 2021

ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেগা ফেশ্বন শ্ব’ত জিলিকিল বৰপথাৰৰ ১২ বছৰীয়া ৰিমি

ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেগা ফেশ্বন শ্ব’ত জিলিকিল বৰপথাৰৰ ১২ বছৰীয়া ৰিমি

FSS Season 8 শীৰ্ষক ছিনিয়ৰ Kid’s শাখাত অসমক প্ৰতিনিধিত্ব কৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ধনশিৰি মহকুমাৰ বৰপথাৰৰ ৰিমি দেৱীয়ে । কলকাতাৰ মালদাত অনুষ্ঠিত দেশৰ আগশাৰীৰ ফেশ্বন শ্ব’ FSS season

‘খেলৰত্ন’ লৈ স্ব-গৃহ পালেহি লাভলীনা বৰগোহাঁই

‘খেলৰত্ন’ লৈ স্ব-গৃহ পালেহি লাভলীনা বৰগোহাঁই

আগন্তক ডিচেম্বৰ মাহৰ ৪ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব লগীয়া বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে বেংগালুৰুত অনুশীলন অব্যাহত ৰখাৰ মাজতে কেইটামান দিনৰ বাবে ঘৰলৈ আহিছে লাভলীনা ৷ শনিবাৰে বৰপথাৰৰ বাৰমুখীয়াৰ নিজা বাসগৃহলৈ

কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা

কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা

কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত পুনৰ উত্তেজনা । সীমান্ত এলেকাৰ লয়লাপুৰ খুলিছৰাত উদ্ধাৰ হ’ল এটা সজীৱ বোমা । আৰক্ষীয়ে জনোৱা মতে এই বোমাটো হাতে নিৰ্মিত । বোমাটো উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ

পৃথক জিলা গঠনৰ দাবীত 12 ঘন্টীয়া ডিমা হাছাও জিলা বন্ধৰ আহ্বান

পৃথক জিলা গঠনৰ দাবীত 12 ঘন্টীয়া ডিমা হাছাও জিলা বন্ধৰ আহ্বান

ডিমা হাছাও জিলাক দ্বিখণ্ডিত কৰি পৃথক দুখন জিলা গঠনৰ দাবীত অহা 8 নৱেম্বৰত ডিমা হাছাও জিলা বন্ধৰ আহ্বান জনাইছে ইণ্ডিজেনাচ পিপলছ ফৰামে । দীর্ঘ দিনৰ পৰা ইণ্ডিজেনাচ পিপলছ ফৰাম নামৰ