Year: 2021

69.60 শতাংশ ভোটদানেৰে পাঁচ সমষ্টিত উপ-নিৰ্বাচনৰ ভোটদান সম্পন্ন

69.60 শতাংশ ভোটদানেৰে পাঁচ সমষ্টিত উপ-নিৰ্বাচনৰ ভোটদান সম্পন্ন

শনিবাৰে ৰাজ্যৰ পাঁচটাকৈ সমষ্টিৰ বাবে অনুষ্ঠিত হয় উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা এই ভোট গ্ৰহণ প্ৰক্ৰিয়া বিয়লি 5 বজাৰ লগে লগে অন্ত পৰে ৷ উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টি কেইটা হ’ল গোঁসাইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাওৰা ৷ উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত বিয়লি 5 বজালৈ মুঠ

KAAC: CEM announces pension, insurance for writers in Karbi language

KAAC: CEM announces pension, insurance for writers in Karbi language

Karbi Anglong Autonomous Council (KAAC) on Thursday felicitated Sikari Tisso, a recipient of Excellence in Community Linguistic Award 2021 conferred by Linguistic Society of America. The felicitation programme was held at KAAC new Secretariat meeting hall here. Chief executive member (CEM) of KAAC, Tuliram Ronghang handed over a citation to

কাইলৈ পাঁচ সমষ্টিৰ উপ–নির্বাচন

কাইলৈ পাঁচ সমষ্টিৰ উপ–নির্বাচন

ৰাজ্যৰ পাঁচ সমষ্টি ক্রমে গোসাঁইগাঁও–ভৱানীপুৰত অহা ৩০ অক্টোবৰত অনুষ্ঠিতব্য উপ–নির্বাচন মুক্ত, নিকা আৰু নিৰাপদভাৱে সম্পন্ন কৰিবলৈ সকলো ধৰণে প্রস্তুত হৈছে নির্বাচন আয়োগ৷ ফলপ্রসূ নিৰীক্ষণ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নির্বাচন আয়োগৰ নির্দেশনা অনুসৰি অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই ভোটগ্রহণৰ নিৰীক্ষণ প্রক্রিয়াত ৱেব কাষ্টিঙৰ ব্যৱস্থা সংযোগ কৰিছে৷ সেইদৰে আইন–শৃংখলা, ব্যয় আদি দিশসমূহ

National Tribal Dance Festival 2021: আদিবাসী মহোৎসৱত উজলিল ‘বিহু’

National Tribal Dance Festival 2021: আদিবাসী মহোৎসৱত উজলিল ‘বিহু’

চট্টিছগড়ৰ ৰায়পুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ, ২০২১ ত জিলিকি উঠিল অসমীয়াৰ প্ৰাণৰ বিহুটি ৷ ৰাষ্ট্ৰীয় আদিবাসী নৃত্য মহোৎসৱ, ২০২১ ৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অসমৰ বিহু নৃত্যই দৰ্শকৰ মন মোহগ্ৰস্ত কৰিবলৈ সক্ষম হৈছে ৷

বিজেপি IT চেলৰ কৰ্মীৰ বিৰুদ্ধে এজাহাৰ জ্ঞানশ্ৰী বৰাৰ

বিজেপি IT চেলৰ কৰ্মীৰ বিৰুদ্ধে এজাহাৰ জ্ঞানশ্ৰী বৰাৰ

শেহতীয়াকৈ একাংশ লোকে সামাজিক মাধ্যমত ৰাইজৰ দলৰ মুখপাত্ৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী জ্ঞানশ্ৰী বৰা সন্দৰ্ভত কিছু অশ্লীল মন্তব্য কৰা দেখা গৈছিল ৷ এই সন্দৰ্ভত ৰাইজৰ দলৰ মুখপাত্ৰ গৰাকীয়ে ডিমৌ আৰক্ষী থানাত এজেহাৰ দাখিল কৰিলে । বিজেপি IT চেলৰ কৰ্মীৰ বিৰুদ্ধে তেওঁ দাখিল কৰিলে এই এজাহাৰ । সংবাদ মাধ্যমৰ সন্মুখত