Year: 2021

ৰাজ্যত বিভিন্ন বিভাগত খালী হৈ আছে ৮৯,৭৯৬টা পদ

ৰাজ্যত বিভিন্ন বিভাগত খালী হৈ আছে ৮৯,৭৯৬টা পদ

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত বর্তমানলৈকে ৮৯,৭৯৬টা পদ খালী হৈ আছে৷ সোমবাৰে সদনত বিধায়ক চিৰাজুদ্দিন আজমলৰ এক লিখিত প্রশ্ণৰ (নং ৪৮) উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেই তথ্য  সদৰী কৰে৷ সদনত মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি বর্তমানলৈকে বিভিন্ন বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি বিভাগ অনুযায়ী থকা খালী পদৰ সংখ্যা