Assamese News

গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ ৩০ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী ক’ভিড পজিটিভ, অনিৰ্দিষ্ট কাললৈ বিদ্যালয় বন্ধ

1 min read

গুৱাহাটীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান গুৰুকুল গ্ৰামাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক’ভিডৰ (Covid19) ভয়ানক সংক্ৰমণ। ৩০ গৰাকী শিক্ষক-কৰ্মচাৰী আক্ৰান্ত হৈছে শিক্ষানুষ্ঠানত । ১৪৪ গৰাকী শিক্ষক-কৰ্মচাৰীৰ ক’ভিড পৰীক্ষাৰ অন্তত […]