Assam Chief Minister Himanta Biswa Sarma on Friday informed that approx 4-5 lakh pending files lying in the State secretariat will be disposed of within a year under the “Project Sadbhawana’.” Speaking to ANI, Sarma said, “We are starting a new project named ‘Sadbhavana’. Under this project, all files, petitions,
Month: January 2022
কোভাক্সিন (Covaxin) আৰু কোভিশ্বিল্ড (Covishield) এতিয়াৰ পৰা বজাৰতো উপলব্ধ হ’ব। ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেলে (DCGI) বৃহস্পতিবাৰে এই দুটা কোভিড ভেকচিন (Covid Vaccine)ক চৰ্তসাপেক্ষে বজাৰত বিক্ৰীৰ অনুমোদন দিছে। এক চৰকাৰী সূত্ৰত এই কথা প্ৰকাশ। কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাৰ বিষয় বিশেষজ্ঞ সমিতিয়ে আগতে কিছুমান চৰ্ত সাপেক্ষে প্ৰাপ্তবয়স্ক লোকসকলৰ বাবে এই কোভিড-19
প্ৰবাদপ্ৰতিম সংগীতশিল্পী লতা মংগেশকাৰ বিগত ৯ জানুৱাৰীৰ পৰা হাস্পতালত চিকিৎসাধীন হৈ আছে। এতিয়া কেনে আছে কোকিলকণ্ঠী গায়িকাগৰাকী? বৃহস্পতিবাৰে লতা মংগেশকাৰৰ টুইটাৰত তেওঁৰ মুখপাত্ৰই গায়িকাগৰাকীৰ স্বাস্থ্যৰ কথা সদৰি কৰিছে। ৯২ বছৰীয়া গায়িকাগৰাকী মুম্বাইৰ ব্ৰীচকেণ্ডি হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ আছে। কোৰোণা ভাইৰাছত আক্ৰান্ত হৈছিল লতা মংগেশকাৰ। কিছু শ্বাস–প্ৰশ্বাসত কষ্ট পাইছিল, ফলত তেওঁক
হৃদৰোগত আক্ৰান্ত মৃত্যুক সাৱতিলে জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে
গণতন্ত্ৰৰ প্ৰতি ভাবুকি আহিছে । এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । গুৱাহাটীৰ ৰাজীৱ ভৱনত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি সংবাদ মাধ্যমৰ আগত এইদৰে ক’লে ভূপেন বৰাই । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে, এইখন ৰাইজৰ চৰকাৰ নহয় । এইখন বিজেপিৰ নেতা আৰু