Month: March 2022

পুষ্পাৰ আৰ্হিৰে এইবাৰ মৰিয়নিত ৰূপজ্যোতি কুৰ্মী।

পুষ্পাৰ আৰ্হিৰে এইবাৰ মৰিয়নিত ৰূপজ্যোতি কুৰ্মী।

মৰিয়নি পৌৰসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছত বিধায়ক গৰাকীৰ প্ৰথম খন সংবাদমেল।মৰিয়নি পৌৰসভা বিজেপিয়ে গঠন কৰিব নোৱাৰিব বুলি জনাৰ পাছতো বিজেপিয়েই গঠন কৰাৰ ওপৰত সম্পূৰ্ণ আশাবাদী ৰূপজ্যোতি কুৰ্মী।অহা ৪এপ্ৰিলৰ ভিতৰত গঠন হ’ব মৰিয়নি পৌৰসভা।যিকেইটা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীয়ে পৰাজয় বৰণ কৰে সেই সমুহ ৱাৰ্ডত কোনো উন্নয়ন নহ’ব বুলি ৰূপজ্যোতি কুৰ্মীৰ ঘোষনা।উল্লেখ্য

নগাঁৱৰ ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ।পদ -পথৰ সৰস্বতী মূৰ্ত্তিক নৈত বিসর্জন

নগাঁৱৰ ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপ।পদ -পথৰ সৰস্বতী মূৰ্ত্তিক নৈত বিসর্জন

নগাঁও জিলাৰ এগৰাকী ব্যৱসায়ীয়ে নগাঁও জিলাখনৰ বিভিন্ন স্থানৰ বিদ্যালয়সমূহৰ গছৰ তলত পেলাই থোৱা সৰস্বতী মূৰ্ত্তি সমূহ নিজা প্রচেষ্টাৰে উঠাই নি কলং নৈত বিসর্জন দি এক প্রশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে । নগাঁৱৰ  হয়ৱৰগাওঁ তেলীয়াপট্টি চাৰিআলিৰ বাসিন্দা বিনোদ খেটাৱতে আজি কেইবা বছৰ ধৰি এই কাম কৰি আহিছে। এইবাৰো তেওঁ এনে কাম কৰি

অসমৰ আদিবাসী সকলক জনজাতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী

অসমৰ আদিবাসী সকলক জনজাতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী

অসমৰ আদিবাসী সকলক জনজাতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত আজি বাক্সাৰ মুছলপুৰত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুছলপুৰ দূৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত এই ধৰ্ণা কাৰ্যসূচীত ভাগ লৈ আদিবাসী জাতীয় মহাসভা স‌ংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডাই কয় যে যুগে যুগে আদিবাসী সকলক চৰকাৰে বঞ্চনা কৰি আহিছে।‌‌ ২০১৯ চনত

Assam Govt to move SC seeking re-verification of NRC

Assam Govt to move SC seeking re-verification of NRC

Assam Agriculture Minister Atul Bora on Thursday said that the state government has decided to move Supreme Court seeking re-verification of the National Register of Citizens (that was published in 2019 August). Talking to ANI, Bora said, “The decision was taken during the meeting held with the All Assam Students’