সংস্কৃত ভাষাক ৰাষ্ট্ৰীয় ভাষা কৰক:কংগনা ৰাণাৱট

0 min read

হিন্দী নহয়,সংস্কৃত ভাষাক ৰাষ্ট্ৰীয় ভাষা কৰক: দাবী জনালে অভিনেত্ৰী কংগনা ৰাণাৱটে

অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অলপতে মুক্তি পাবলগীয়া ছবি ছবি ‘ধক্কড়’ৰ ট্ৰেইলাৰ মুকলিৰ সময়ত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে।

You May Also Like

More From Author