গোসাঁইগাঁৱত আমছুৰ তীব্ৰ প্ৰতিবাদ !

1 min read

গোসাঁইগাঁৱত আমছুৰ তীব্ৰ প্ৰতিবাদ ।মূল্যবৃদ্ধিৰ প্ৰতিবাদত ২ ঘণ্টা অৱস্থান ধৰ্মঘট । পশ্চিম কোকৰাঝাৰ জিলাৰ উদ্যোগত গোসাঁইগাঁৱত আমছুৰ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী। দ্ৰব্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত এই কাৰ্যসূচী। মূল্যবৃদ্ধিৰ প্ৰতিবাদত উত্তাল গোসাঁইগাঁও মহকুমাধিপতিৰ কাৰ্যালয় ।

দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অৱস্থান ধৰ্মঘট । দ্ৰব্য মূল্য ৰোধ কৰক, ভাৰত চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী মূর্দাবাদ, দ্ৰব্য মূল্য নিয়ন্ত্ৰণ কৰক, আমাৰ দাবী মানিব লাগিব, মূল্য বৃদ্ধি কৰা নছলিব, যোগান মন্ত্ৰী পদত্যাগ কৰক আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে গোসাইগাঁও মহকুমাধিপতিৰ চৌহদ। প্ৰতিবাদ কাৰ্যসূচীৰ অন্তত মহকুমাধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

You May Also Like

More From Author