Month: May 2022

মোহময়ী অভিনেত্ৰীৰ বিৰুদ্ধে কি এই অভিযোগ, জেকুলিনৰ ৭ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত

মোহময়ী অভিনেত্ৰীৰ বিৰুদ্ধে কি এই অভিযোগ, জেকুলিনৰ ৭ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত

সুকেশ চন্দ্রশেখৰৰ সৈতে সম্বন্ধ ৰখাৰ অভিযোগত এনফৰ্চমেণ্ট ডাইৰেক্টৰেট (ইডি)এ এইবাৰ তলব কৰিল শ্রীলংকান অভিনেত্রী জেকুলিন ফার্নাণ্ডেজ। জনা মতে, প্রায় চাৰে সাত কোটি টকাৰ অবৈধ সম্পত্তিৰ মালিকীস্বত্ত্ব আছে তেওঁৰ হাতত। ইয়াৰে ৫ কোটি ৭১ লাখ টকাৰ সম্পদ সুকেশে উপহাৰ দিছিলে, ক’লা টকা বগা কৰিবলৈ। কেৱল সেয়াই নহয়, সুকেশে জেকুলিনৰ পৰিয়ালৰ সদস্যৰ

ভাৰতীয় সেনাবাহিনীৰ ২৯সংখ্যক মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ জেনেৰেল মনোজ পাণ্ডেৰ

ভাৰতীয় সেনাবাহিনীৰ ২৯সংখ্যক মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ জেনেৰেল মনোজ পাণ্ডেৰ

জেনেৰেল মনোজ পাণ্ডেয়ে শনিবাৰে নতুন সেনা প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰে। জেনেৰেল এম এম নাৰাৱানেৰ কার্যকাল ৩০ এপ্রিল তথা আজি সামৰণি পৰাৰ পাছতে জেনেৰেল মনোজ পাণ্ডেয়ে নাৰাৱানেৰ পৰা দায়িত্ব গ্ৰহণ কৰে। ভাৰতীয় সেনাৰ 117 ইঞ্জিনিয়াৰ্ছ ৰেজিমেণ্টৰ অন্তৰ্ভুক্ত পাণ্ডে হৈছে দেশৰ ২৯ তম সেনা প্ৰধান। উল্লেখ কৰা প্ৰয়োজন যে ভাৰতীয় সেনাবাহিনীৰ