বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মহানগৰীত গছপুলি বিতৰণ

1 min read

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে স্বেচ্ছাসেৱী সংগঠন ‘অনুপম জীৱন’ , ‘ জনস্বৰাজ’আৰু মহানগৰ জিলা সাংবাদিক সন্থাৰ উদ্যোগত মহানগৰীত কৰ্মৰত একাংশ সাংবাদিকে মহানগৰীত দেওবাৰে গছপুলি বিতৰণ কৰে৷

 

You May Also Like

More From Author