আজি গুৱাহাটীৰ পৰা প্ৰথম দল হজযাত্ৰীৰ যাত্ৰাৰম্ভ

1 min read

ষ্টেট হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে আজি গুৱাহাটীৰ ইছলামপুৰস্থ হাজি মুছাফিৰ খানাত হজ যাত্ৰাৰ প্ৰাকক্ষণত এক প্ৰেছ মেল সম্বোধন কৰে।
স্বাস্থ্যকৰ্মীয়ে যাত্ৰীসকলৰ কভিড -১৯ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰে। আজি প্ৰথমটো দল হজ যাত্ৰীয়ে গুৱাহাটী এৰি যাত্ৰা আৰম্ভ কৰে।

You May Also Like

More From Author