Month: June 2022

পুৰণিগুদামৰ ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত উদ্বোধনী অনুষ্ঠান সম্পন্ন

পুৰণিগুদামৰ ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত উদ্বোধনী অনুষ্ঠান সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,২৪জুন:–নগাঁও জিলাৰ পুৰণিগুদামৰ আগশাৰীৰ শিক্ষানুষ্ঠান ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সুধাকণ্ঠ ড°ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত বুধবাৰে এখনি উদ্বোধনী সভা অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৃপেন চন্দ্ৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী,মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পুলিন হাজৰিকা,উপাধ্যক্ষ ড° কমল শইকীয়া উপস্থিত থাকে ৷ সভাৰ আৰম্ভণিতে মহাবিদ্যালয়ত