আপোনালোকক এই লেখাৰ জৰিয়তে জনাম যে ছালখন কিদৰে প্ৰাকৃতিক ভাবে উজ্জ্বলাই তুলিব পাৰি । এই সকলো উপায় অতি সহজ। এই উপায় কেইটাৰে আপুনি ১ /২ সপ্তাহৰ ভিতৰতে নিজৰ ছালখন উজ্জ্বল কৰি তুলিব পাৰিব। আৰু লেখাটোৰ শেষলৈ জানিব পাৰিব এটা ক’ৰিয়ান ছালৰ যত্নৰ উপায়ৰ বিষয়ে। কিয়নো ক’ৰিয়ান সকলৰ ছালৰ যত্নৰ ৰুটিন খন সমগ্ৰ বিশ্বৰ ভিতৰত বিখ্যাত আৰু ইয়াক প্ৰয়োগ কৰিবলৈও সহজ।(Assamese beauty Tips )
এতিয়া আহিছোঁ প্ৰথমটো উপায়ৰ বিষয়ে – সৌ
১/”Start Consuming Omega 3 ”
Micro nutrients আৰু macro nutrients আমাৰ শৰীৰৰ বাবে খুবেই প্ৰয়োজনীয়। ঠিক সেইদৰে ‘Omega 3 ‘ আমাৰ ছালখনৰ বাবে বহুত জৰুৰী হয়। ই আমাৰ শৰীৰত পৰিষ্কাৰ ৰক্ত সঞ্চালন কৰাত সহায় কৰে যাৰ বাবে আমাৰ স্বাস্থ্য ভাল হৈ থাকে আৰু ইয়াৰ বাবে আমাৰ শৰীৰত এক প্ৰাকৃতিক উজ্জ্বলতা আহে।
‘Omega 3’ ৰ ফলত আমাৰ চুলি সৰা সমস্যা নাইকিয়া হয়। Omega 3 সাধাৰণতে আমি ঘিউ, মাখন ,বাদাম ইত্যাদিবোৰত পাওঁ। কিন্তু ইয়াৰ উপৰিও ইয়াক নিতৌ পাবলৈ হলে এটা উজু উপায়ৰ দৰকাৰ হব। ইয়াৰ বাবে আপুনি ‘ Nveda’ৰ omega টেবলেট সেৱন কৰিব পাৰে। ই সম্পূৰ্ণৰূপে প্ৰাকৃতিক ভাবে তৈয়াৰ হয়। ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পাছত নিতৌ এটা টেবলেট খালে আপোনাৰ শৰীৰত প্ৰয়োজনীয় omega ৰ মাত্ৰা সঠিক হৈ থাকিব। আপুনি ইয়াক ২/৩ সপ্তাহ ব্যৱহাৰ কৰিলে হে সুফল পাব। এই টেবলেটতো ‘Amazon’ আৰু ‘Flipkart’ত উপলব্ধ সকলোৰে পছন্দৰ হয় । ইয়াত ৩৩০ টকাত ৬০ তা কোমল জেল জাতীয় টেবলেট পোৱা যায়। যদি আপুনি এই বস্তুটো ‘Nveda’ৰ অফিচিয়েল ৱেবচাইটৰ পৰা ডাউনলোড কৰে তেন্তে ‘OFR10’ ক’ড লিখি দিলে আপুনি অত্যাধিক ১০% ৰেহাই পাব।
২/ দ্বিতীয়টো উপায় হৈছে- “Drink water As Soon As you Wake Up”
আপুনি ৰাতিপুৱা শুই উঠিয়েই পানী সেৱন কৰক। কিয়নো আমাৰ শৰীৰতোক পানীৰ খুব প্ৰয়োজন হয়। আপুনি ৰাতিপুৱা যেতিয়াই শুই উঠিব তেতিয়াই গৰম পানী ২ গিলাচ গ্ৰহণ কৰক। কিয়নো গোটেই ৰাতি আমাৰ শুই থকাৰ ফলত শৰীৰটোৱে পৰ্যাপ্ত পৰিমাণৰ পানী নাপায় । সেইবাবে পোৱা শুই উঠি পোনে পোনে অলপ কুহুমীয়া পানী গ্ৰহণ কৰিব লাগে। ইয়াৰ ফলত আমাৰ শৰীৰৰ সকলো তকচীন পৰিষ্কাৰ হৈ যায় আমাৰ শৰীৰৰ পৰা। শৰীৰে পৰ্যাপ্ত পৰিমাণৰ পানী পালে আমাৰ ছালখনো উজ্জ্বল হৈ থাকে।
৩/ তৃতীয়তো উপায় হৈছে-
“Start Consuming Turmeric ” হালধি খাবলৈ আৰম্ভ কৰক।
সুস্বাস্থ্য আৰু এখন সুন্দৰ ছালৰ বাবে বতৰ অনুযায়ী সকলো সেইজিয়া শাক পাচলি খাব লাগে। আমি সকলোৱে সহজেই ইয়াক গ্ৰহণ কৰোঁ। ইয়াৰ লগতে আপুনি কেঁচা হালধি গ্ৰহণ কৰাও আৰম্ভ কৰিব লাগে। কিয়নো হালধিত ” Anti Oxidant আৰু Anti Inflammatory” ৰ গুণ থাকে যিয়ে আপোনাৰ ছালখন পুনৰ উজ্জ্বল কৰি তোলে প্ৰাকৃতিক ভাবে। ইয়াৰ সঠিক ৰূপত সুফল পাবলৈ হলে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পাছত গাখীৰত ২ চামুচ হালধি মিহলাই সেৱন কৰিব পাৰে। আপুনি নিশ্চয়কৈ ইয়াৰ ফলত এক সুফল পাব।
৪/ “Wash your Face 2 Times A Day ”
দিনত দুবাৰকৈ মুখখন পৰিষ্কাৰকৈ ধুৱক। এখন পৰিষ্কাৰ ছালৰ বাবে মুখখন ভালদৰে ধুই থকাটো খুবেই প্ৰয়োজনীয়। নিতৌ ২ বাৰ মুখখন ধুৱাৰ ফলত আপোনাৰ মুখমণ্ডলৰ পৰা অতিৰিক্ত তেলীয় পদাৰ্থ আৰু ধূলি বালিবোৰ নাইকিয়া কৰে। এই অভ্যাসটো কৰিলে আপুনি ছাল সম্পৰ্কীয় আৰু কোনোধৰণৰ সমস্যাত ভুগিব লগা নহয় আৰু দ্বিতীয়তে উজ্জ্বলতা বাঢ়ি থাকে।
৫/ ” Start Consuming Beetroot”
কেচা বিত চালাড বনাই বা অন্যপ্ৰকাৰে গ্ৰহণ কৰক। ই ছালখনক সুস্থ আৰু উজ্জ্বল কৰাৰ বাবে বহুত সহায়ক হয়। বিতে আমাৰ শৰীৰৰ তেজ পৰিষ্কাৰ কৰে যাৰ ফলত আমাৰ ছালৰ প্ৰাকৃতিক উজ্জ্বলতাৰ ওপৰত বহুত প্ৰভাৱ পৰে। বিতত ভিটামিন চি থকাৰ ফলত ই আমাৰ শৰীৰৰ তেজৰ লেতেৰা বোৰ ভালদৰে পৰিষ্কাৰ কৰে । আপুনি নিতৌ ৫০ ৰ পৰা ৭০ গ্ৰাম বিত গ্ৰহণ কৰক। আপুনি ইচ্ছা কৰিলে ইয়াৰ জুছ বনাইও সেৱন কৰিব পাৰে। কিন্তু ইয়াক অতিৰিক্ত ভাবে সেৱন নকৰিব , যদি অতিৰিক্ত সেৱন কৰে তেন্তে ই আপোনাৰ অপকাৰো কৰিব পাৰে।
৬/ “Never Compromise With your Sleep”
যদি আপুনি ভালদৰে টোপনি নাযায় তেন্তে ই আপোনাৰ শৰীৰৰ বহুত ক্ষতি কৰিব লগতে ছালখনৰো। আপোনাৰ চকুৰ গুৰিবোৰ ক’লা পৰি যাব আৰু আপোনাৰ মানসিক চাপৰ হ’ৰমন বৃদ্ধি হব।ইয়াৰ ফলত আপোনাৰ ছালৰ উজ্জ্বলতা কমি আহিব। গতিকে কেতিয়াও নিজৰ টোপনি কম নকৰিব।
এতিয়া আহিছোঁ শেষৰটো উপায়লৈ ।
আপুনি এমুঠি চাউল লৈ এটা বাটিত চাউলৰ দুগুণ জোখত পানী দি তিয়াই থৈ দিয়ক ৩/৪ ঘণ্টাৰ বাবে। তাৰ পাছত চাউলখিনি তাৰ পৰা উলিয়াই যিখিনি পানী তাত ৰৈ গৈছে সেইখিনি অলপ কপাহ লৈ নিজৰ মুখত লগাই দিয়ক। এই পানীখিনি প্ৰায় ৩০ মিনিট লগাই থৈ দিয়ক। তাৰ পাছত মুখখন চাফা পানীৰে ধুই দিয়ক। এই উপায়টো ক’ৰিয়ান লোকসকলে ব্যৱহাৰ কৰে আৰু আমি সকলোৱে জানো যে ক’ৰিয়ান লোকসকলৰ ছাল বা মুখ মণ্ডল কিমান উজ্জ্বল আৰু ধুনীয়া হয়। গতিকে আপোনালোকে এই সহজ উপায়টো নিশ্চয়কৈ প্ৰয়োগ কৰক।