Month: October 2022

পি চি অ’ ডি! কেনকৈ নিজৰ যত্ন লব?

পি চি অ’ ডি! কেনকৈ নিজৰ যত্ন লব?

পলিছিষ্টিক অৱেৰিয়ান ডিজিজ বা ছিনড্র’ম বর্তমান কিশোৰী বা কম বয়সীয়া মহিলাসকলৰ দেখা দিয়া এক মেটাব’লিক সমস্যা৷ সাধাৰণতে শকত–আৱত মহিলাসকল এনে সমস্যাত ভোগে৷ এনে মহিলাৰ মাহেকীয়া ঋতুস্রাৱ কম পৰিমাণৰ বা অনিয়মীয়া বা বন্ধ হোৱা দেখা যায়৷ বিয়াৰ পাছত এনে মহিলা সন্তানহীনতাৰ সমস্যাতো ভোগে৷ সেয়েহে ইয়াৰ বিষয়ে সবিশেষ জনাটো দৰকাৰ৷ প্রায় ২০–৩০

এই ৫ বদ অভ্যাসে মানুহৰ জীৱন নিঃশেষ কৰে | সবিশেষ পঢ়ক

এই ৫ বদ অভ্যাসে মানুহৰ জীৱন নিঃশেষ কৰে | সবিশেষ পঢ়ক

এই পৃথিৱীত আপুনি মাত্ৰ দুই প্ৰকাৰৰ মানুহ দেখিবলৈ পাব , মাত্ৰ দুই প্ৰকাৰৰ ১) তেওঁলোক, যিয়ে নিজৰ বেয়া অভ্যাস সমূহক নিজে নিয়ন্ত্ৰণ কৰি নিজৰ জীৱন সফল কৰে আৰু ২) তেওঁলোক, যিয়ে জানি বা নাজানি বেয়া আৰু কুঅভ্যাস সমূহৰ চিকাৰ হৈ নিজৰ জীৱন তুচ্ছ মানৰ কৰে, সুন্দৰ জীৱন ধ্বংস কৰে। Atomic

৭-১৯ নৱেম্বৰলৈ নলবাৰী ৰাস মহোৎসৱত উপস্থিত থাকিব হেমামালিনী!

৭-১৯ নৱেম্বৰলৈ নলবাৰী ৰাস মহোৎসৱত উপস্থিত থাকিব হেমামালিনী!

ৰাস মহোৎসৱক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সনাতন ধৰ্মীয় সংস্কৃতিৰ পীঠস্থান উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান ঐতিহ্যমণ্ডিত নলবাৰীৰ হৰিমন্দিৰত। ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাবে উদযাপিত হৈ অহা ৰাস মহোৎসৱ এইবেলি ৮৯ তম্ বৰ্ষ হিচাপে ৭ নবেম্বৰৰ পৰা ১৯ নবেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব। এইবেলি ৰাস মহোৎসৱত বলিউদৰ প্ৰখ্যাত মোহময়ী অভিনেত্ৰী