Month: November 2022

কাণৰ লতিৰ বিষ

কাণৰ লতিৰ বিষ

কাণৰ লতিৰ বিষ ঘাইকৈ মহিলাসকলৰ হয়৷ তেওঁলোকে কাণত যিবোৰ অলংকাৰ পিন্ধে, সেই অলংকাৰবোৰে কোনো কোনো মহিলাৰ কাণৰ লতিত এলার্জীৰ সৃষ্টি কৰে৷ লতিটো বিষায়, খজুৱায়, কেতিয়াবা ৰঙা ৰঙা দাগ পৰে৷ তেনে হোৱাৰ কাৰণ যে বিভিন্ন ধাতুৰ পৰা তৈয়াৰ কৰা অলংকাৰ, সেই কথা বেছিভাগ মহিলাই বুজি নাপায়৷ ফলত সমস্যাটোৰ মূল কাৰণ দূৰ

জৰায়ুৰ অর্বুদ

জৰায়ুৰ অর্বুদ

জৰায়ুৰ গাত বা ভিতৰ ভাগত বিভিন্ন ধৰণৰ অর্বুদ অথবা টেমুনাৰ উৎপত্তি হ’ব পাৰে৷ এইবোৰৰ ভিতৰত জৰায়ু–পেশীৰ মাজত সূতাৰ দৰে কিছুমান তন্ত্রৰ দ্বাৰা গঠিত অর্বুদ বেছিভাগ মহিলাৰ ক্ষেত্রতেই পৰিলক্ষিত হয়৷ সংখ্যাত এটাৰ পৰা পঞ্চাশটা পর্যন্ত হ’ব পাৰে৷ এই সূত্রবৎ অর্বুদ বা ফাইব্র’য়েড টিউমাৰবোৰ আকাৰত অতি ক্ষুদ্রৰ পৰা একোটা মটৰমাহৰ গুটিৰ সমান,

এইবিধ ৰোগ আপোনাৰো হয় নেকি? তেন্তে কি কৰিব?

এইবিধ ৰোগ আপোনাৰো হয় নেকি? তেন্তে কি কৰিব?

সাধাৰণতে মুখত বা জিভাত হোৱা আলচাৰ বা ঘাঁ সকলোৰে পৰিচিত এক সাধাৰণ সমস্যা।এই সমস্যা সাধাৰণ যদিও ই জটিল হৈ পৰিব পাৰে আৰু ৰূপ, লক্ষণ আদিৰ সামান্য পৰিৱৰ্তন ঘটিয়েই দুৰাৰোগ্য ৰোগলৈ ৰূপান্তৰ হ’ব পাৰে। এইবিধ ৰোগ হ’লে জিভা আৰু মুখত অশান্তিজনক পীড়া হয়। এই ৰোগৰ কাৰণ সমূহ কি কি—- অধিক গৰম

আপোনাৰ মুখ গোন্ধাই নেকি! কেনেকৈ আঁতৰাব এই দুৰ্গন্ধ?

আপোনাৰ মুখ গোন্ধাই নেকি! কেনেকৈ আঁতৰাব এই দুৰ্গন্ধ?

আপোনাৰ মুখ গোন্ধায় নেকি? কেতিয়াবা বন্ধু মহলৰ লগত কথা পাতি থাকোতে অস্বস্তিত পৰিছে নেকি! তেন্তে আৰু চিন্তা নকৰিব। এজন মানুহৰ ব্যক্তিত্ব আৰু সৌন্দৰ্য এক মিনিটত ম্লান পৰে যদিহে আপোনাৰ সন্মুখত থকা লোকজনে আপোনাৰ কথাত নাক কোচাব লগা হৈছে অথবা অশান্তিত পৰিছে। এইটো এটা অসহ্যকৰ সময় যেতিয়া আপোনাক কথা কৈ থকাজনৰ