Month: November 2022

দক্ষিণ কামৰূপৰ চান্দডুবি বিল চালে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে

দক্ষিণ কামৰূপৰ চান্দডুবি বিল চালে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে

বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট অসমত। আজি দক্ষিণ কামৰূপৰ চান্দডুবি বিলৰ সৌন্দৰ্য উপভোগ কৰে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকী। ইয়াৰ পিছতে তেওঁ গমন কৰে কাজিৰঙালৈ। কাজিৰঙাত কালি দিনটো ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে অভিনেত্ৰীগৰাকীয়ে। উল্লেখ্য, আজিকালি কংগনা ৰাণাৱট অতি ব্যস্ত হৈ পৰিছে তেওঁৰ আগন্তুক ছবি ‘ইমাৰ্জেন্সি’ৰ বাবে। এই ছবিখন যথেষ্ট জনপ্ৰিয় হোৱাৰ সম্ভাৱনা আছে,

Shillong Autumn Fest records low turnout

Shillong Autumn Fest records low turnout

The famed Shillong Autumn festival recorded a low turnout this year due to the violence in the city, an organiser said on Sunday. The two-day festival began at Umiam lake on Saturday. “70 per cent of people who booked online tickets did not turn up,” an official of the festival

সমাজে আপোনাক  সদায় গাধ জ্ঞান কৰে ?  মানুহ হওঁক এনেদৰে !

সমাজে আপোনাক সদায় গাধ জ্ঞান কৰে ? মানুহ হওঁক এনেদৰে !

প্ৰথমে এটি গাধৰ কাহিনী শুনি লওঁ আহক। এসময়ত এজন দুখীয়া কৃষকৰ এটি গাধ আছিল আৰু এদিনাখন সেই গাধটি এটা গভীৰ কুঁৱাত পিছলি পৰিছিল; কুঁৱাৰ গভীৰতা বেছি থকা হেতুকে অবলা প্ৰাণীটোৱে উঠি আহিবলৈ সক্ষম হোৱা নাছিল। সেয়ে সি চিৎকাৰ কৰা আৰম্ভ কৰাত গাধৰ গৃহস্থ আৰু গাওঁৰ মানুহৰ লগতে ওচৰ চুবুৰীয়া লোকসকল

বিৰল ৰোগত আক্ৰান্ত দক্ষিণৰ মোহময়ী অভিনেত্ৰী সামান্থা! কিন্তু কি হৈছে অভিনেত্ৰীগৰাকীৰ

বিৰল ৰোগত আক্ৰান্ত দক্ষিণৰ মোহময়ী অভিনেত্ৰী সামান্থা! কিন্তু কি হৈছে অভিনেত্ৰীগৰাকীৰ

এক বিৰল ৰোগত আক্ৰান্ত হৈছে দক্ষিণৰ মোহময়ী অভিনেত্ৰী সামান্থা। শনিবাৰে সামাজিক মাধ্যমত তেওঁ এই কথা নিজেই প্ৰকাশ কৰাৰ পিছতে অভিনেত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছে তেওঁৰ অলেখ অনুৰাগীয়ে। সামাজিক মাধ্যমত সামান্থাই প্ৰকাশ কৰা মতে, তেওঁ আক্ৰান্ত হোৱা ৰোগটোৰ নাম হৈছে মায়োচাইটিছ। এই বিৰল ৰোগৰ ফলত তেওঁৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ

‘কা’ বিৰোধী আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ মৃত্যু গোচৰৰ শুনানি, ADGP জি পি সিঙক দোষমুক্ত ঘোষণা

‘কা’ বিৰোধী আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ মৃত্যু গোচৰৰ শুনানি, ADGP জি পি সিঙক দোষমুক্ত ঘোষণা

‘কা’ আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ মৃত্যু গোচৰৰ মূল অভিযুক্ত ADGP জি পি সিঙক দোষমুক্ত ঘোষণা কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ।   ছেম ষ্টেফৰ্ডৰ মৃত্যু শ্বক আৰু মগজুৰ ৰক্তক্ষৰণৰ ফলতহে হৈছিল বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ থকাৰ বিপৰীতে অতিৰিক্ত আৰক্ষী অধীক্ষক জি পি সিঙৰ বিৰুদ্ধে কোনোধৰণৰ তথ্য–প্ৰমাণ নাপালে আদালতে।   লগতে