আপোনাৰ ৰাশিচক্ৰৰ মতে কোনটো ব্যায়াম আপোনাৰ বাবে উপকাৰী জানেনে?

1 min read

যোগ-ব্যায়াম শৰীৰৰ বাবে উপকাৰী। আপুনি সুস্থ আৰু সুঠাম হৈ থাকিবলৈ দৈনিক ব্যায়াম কৰাটো আৱশ্যক। ঘৰতে দৈনিক ব্যায়াম কৰাৰ ওপৰিও জীম, ছুইমিং, যোগাসন, নৃত্য আজিৰ সহায়তো আপুনি ফিচনেচ ৰক্ষা কৰিব পাৰে।

এতিয়া জানো আহকচোন আপোনাৰ ৰাশিৰ অনুসৰি কোনটো ব্যায়াম কৰিলে আপুনি বেছি উপকৃত হ’ব—

মেঘঃ মেঘ ৰাশিৰ মতে দৌৰাটো স্বাস্থ্যৰ বাবে উপকাৰী। যিহেতু তেওঁলোকৰ ব্যক্তিত্ব প্ৰতিযোগিতাকেন্দ্ৰিক হয় গতিকে এথলীটিকছ সকলৰ বাবে সুখবৰ।

বৃষঃ বৃষ ৰাশিৰ জাতক-জাতিকা সকলে Weight lifting কৰিলে সুফল পাব। তেওঁলোক শক্তিশালী যদিও স্বভাৱত এলেহুৱা হয় গতিকে Weight lifting তেওঁলোকৰ বাবে সুন্দৰ ব্য়ায়াম

মিথুনঃ মিথুন ৰাশিৰ লোকসকলে যোগাভ্যাসৰ দ্বাৰা সুফল পাব। মানসিক শান্তিৰ বাবে এই ৰাশিৰ লোকসকলৰ বাবে যোগ উৎকৃষ্ট ব্যাায়াম।

কৰ্কটঃ কৰ্কট ৰাশিৰ লোকসকলে Swimmingৰ দ্বাৰা সুফল পাব। সাঁতোৰৰ দ্বাৰা তেওঁলোক দূগুণ সতেজ আৰু নিৰোগী গৈ থাকিব পাৰিব।

সিংহঃ সিংহ ৰাশিৰ লোকসকলৰ বাবে HIIT আটাইতকৈ উৎকৃষ্ট ব্য়ায়াম। এইবিধ এনেকুৱা এবিধ ব্যায়াম যাৰ দ্বাৰা সম্পূৰ্ণ ভাগৰি নোযোৱালৈ কৰি থাকিব পাৰি। গতিকে এই ৰাশিৰ লোকসকলে HIIT ৰ দ্বাৰা সুফল পাব।

কন্যাঃ কন্যা ৰাশিৰ লোকসকলৰ বাবে খোজকঢ়া ভাল। তেওঁলোকে এটা কাৰ্য সম্পূৰ্ণকৈ নোহোৱালৈকে কৰি থাকিব পাৰে গতিকে খোজকঢ়াটো এই ৰাশিৰ জাতক-জাতিকাৰ বাবে ভাল।

তুলাঃ তুলা ৰাশিৰ লোকসকলৰ বাবে নৃত্যটো হৈছে উৎকৃষ্ট ব্য়ায়াম। তেওঁলোকৰ স্বভাৱ অনুসৰি সুন্দৰতাৰ প্ৰতি বেছি আকৃষ্ট হয় গতিকে নৃত্যটো তেওঁলোকৰ বাবে ফলপ্ৰসু।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ লোকসকলে বক্সিঙৰ জৰিয়তে সুফল পাব। বক্সিঙৰ জৰিয়তে তেওঁলোকে নিজৰ শক্তি প্ৰদৰ্শন কৰিব পাৰিব।

ধনুঃ ধনু ৰাশিৰ লোকসকলে Rock climbingৰ কৰিলে ভাল। নিজকে সুস্থ আৰু সবল কৰি ৰাখিবলৈ Rock climbing কৰিলে সুফল পাব।

মকৰঃ মকৰ ৰাশিৰ লোকসকলে দৌৰৰ দ্বাৰা নিজকে সু্স্থ কৰি ৰাাখিব পাৰিব। তেঁওলোকে ধন সাঁচি ভাল পায় আৰু জধেমধে খৰচ কৰিব নিবিচাৰে গতিকে দৌৰৰ তেওঁলোকৰ বাৰে ফলপ্ৰসু।

কুম্ভঃ কুম্ভ ৰাশিৰ লোকসকলে গ্ৰুপত খেল খেলিলে ভাল। তেওঁলোক স্বভাৱ অনুসৰি বন্ধুত্ব প্ৰিয়। গতিকে যিকোনো খেল গোট হৈ বা ব্যায়াম কৰিলে ভাল।

মীনঃ মীন ৰাশিৰ লোকসকলৰ বাবে Synchronized swimming স্বাস্থ্য়ৰ বাবে উপকাৰী। তেওঁলোক অতি কল্পনাপ্ৰৱণ আৰু পানী প্ৰিয় গতিকে সাঁতোৰ এই ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল।

 

SOURCE: Pink Villa

You May Also Like

More From Author