Month: December 2022

শণিদেৱক কিয় উগ্র দেৱতা বুলি কোৱা হয় !

শণিদেৱক কিয় উগ্র দেৱতা বুলি কোৱা হয় !

সকলো মানুহেই শণিদেৱতাৰ নাম শুনিলেই   মনে মনে বহুত ভীতিগ্ৰস্থ হয়। ইয়াৰ মূলতে হৈছে-শণিদেৱতা সকলো দেৱতাৰ ভিতৰত আটাইতকৈ বেছি খঙাল., উগ্র., প্ৰতাপী দেৱতা..। যাৰ ওপৰত শণিদেৱতাৰ কোপদৃষ্টি পৰিব তেওঁৰ জীৱন ধ্বংস হয় যায়। কিছুমান লোকে নৱগ্ৰহৰ ভিতৰত সূর্যক ৰজা আৰু শণিক ভৃত্য বুলি কব বিচাৰে। কিন্তু মহৰ্ষি কাশ্যপে=শণি স্তুতি আৰু

মহাদেৱৰ আশীষ লাভৰ বাবে আজিয়ে জানি লওক

মহাদেৱৰ আশীষ লাভৰ বাবে আজিয়ে জানি লওক

শাওন মাহ হিন্দু শাস্ত্ৰত অতি প্ৰবিত্ৰ মাহ। শাওন মাহ মহাদেৱৰ অতিকৈ প্ৰিয় মাহ। শাওন মাহৰ পৃথিৱীৰ সকলো শিৱ ভক্তৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ মাহ। আমি জীৱনত আগুৱাই যাবলৈ হলে ভগৱানৰ কৃপা লাগে। যিসকলে ভগৱান শিৱৰ ভক্ত,তেওঁলোকে মহাদেৱৰ কৃপা প্ৰাপ্তিৰ বাবে বিভিন্ন নীতি নিয়ম কৰে। মহাদেৱৰ ভক্ত সকলে জনাটো প্ৰয়োজন যে, মহাদেৱৰ

অসমৰ গুপ্তহত্যাৰ পটভূমিত বলীউডত নিৰ্মাণ হ’ব ছবি

অসমৰ গুপ্তহত্যাৰ পটভূমিত বলীউডত নিৰ্মাণ হ’ব ছবি

অগপ চৰকাৰৰ দ্বিতীয়টো কার্যকালত সংঘটিত গুপ্তহত্যাৰ বিভীষিকা এইবাৰ প্রদর্শিত হ’ব ৰূপালী পর্দাত৷ এফালে গুপ্তহত্যাৰ আতংক, আনফালে সেনাবাহিনীৰ অত্যাচাৰৰ সেই বিভীষিকাময় দিনসমূহৰ বাস্তৱ পটভূমিত বলীউডত নির্মিত এখন নতুন ছবিয়ে সমগ্র দেশতে মুক্তি লাভ কৰিব৷ প্রাক্তন ন্যায়াধীশ কে এন শইকীয়া আয়োগৰ তদন্ত প্রতিবেদনৰ ভিত্তিত গুপ্তহত্যাৰ কাহিনীৰে নির্মাণ কৰা হিন্দী ছবি ‘শ্বেড’ এছাচিনছ’