Month: December 2022

নাকৰ শব্দ ওলাইছে নেকি ? জানি লওক ইয়াৰ কাৰণ

নাকৰ শব্দ ওলাইছে নেকি ? জানি লওক ইয়াৰ কাৰণ

নিশা শােৱাৰ সময়ত প্ৰায়ভাগ লােকৰেই নাকৰ পৰা ঘৰ ঘৰ শব্দ হ’বলৈ ধৰে। আনকি এনে শব্দৰ বাবে বহুতেই নিশা ভালদৰে টোপনি যাব নােৱাৰে। বিশেষকৈ পতি-পত্নীৰ মাজত যদি কোনােবা এগৰাকীৰ এনে সমস্যা থাকে তেতিয়াহ’লে সংগীগৰাকীৰ এনে অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে কিছুমান বিষয়ত গুৰুত্ব প্রদান কৰিব লাগিব।বহুতে এয়া এক সাধাৰণ ঘটনা বুলি

নিশা শোৱাৰ আগত কি খালে ওজন কমিব দ্ৰুতগতিত ?

নিশা শোৱাৰ আগত কি খালে ওজন কমিব দ্ৰুতগতিত ?

বহুতো লোকৰে নিশা দেৰিলৈকে থকাৰ অভ্যাস থাকে । এনেকুৱা বহুতো লোক আছে যিয়ে অফিচৰ বাবে নিশা দেৰিলৈকে থাকে । সেয়ে সকলো ক্ষেত্ৰত ৰাতি ভৰপূৰ খাদ্য খালেও মাজ নিশা খোৱাৰ প্ৰৱণতা বাঢ়ে । পুষ্টিবিদসকলে কয় যে এই ভোক মনৰ ভোক। যদি আপুনি এই ফান্দত পৰি চিপচ, কেক, চকলেট খায়, ই বিপদজনক!

আপেল খালে চুগাৰ বাঢ়ে নেকি ?

আপেল খালে চুগাৰ বাঢ়ে নেকি ?

দেশত ডায়েবেটিচ ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। আনকি শিশুসকলো এতিয়া এই ৰোগৰ পৰা ৰেহাই পোৱা নাই । ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল জীৱনশৈলীৰ কিছু পৰিৱৰ্তন কৰা। কেৱল ঔষধ গ্ৰহণ কৰিলেই নহয় । খাদ্যসমূহো সলনি কৰিব লাগিব । ডায়েবেটিচ ৰোগীসকলে এনেকুৱা খাদ্য খাব নালাগে, যি ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি

জানি থওক ৰোগ প্ৰতিৰোধৰ বাবে আদা কিয় খাব লাগে

সাধাৰণতে দেৱ কাৰ্যৰ লগতে দৈনন্দিন খাদ্য সভাৰ প্ৰস্তুত কৰােতে যিবােৰ উপাদান ব্যৱহাৰ কৰা হয়। সেইবােৰৰ ভিতৰত অন্যতম হ’ল আদা। । অৱশ্যে আদা সম্পর্কে বহুতৰ ভ্রান্ত ধাৰণাও আছে। বহুতে আদা নিয়মীয়াকৈ খায়। আদা মচলা হিচাপে ব্যৱহাৰ কৰিলেও ইয়াৰ ঔষধি গুণৰ বাবে আন ক্ষেত্ৰতাে ব্যৱহাৰ কৰা হয়। শৰীৰৰ ওজন হ্রাসৰ পৰা আৰম্ভ

গৰম পানী খালে সচাকৈ ওজন হ্ৰাস হয় ? কি কয় বিশেষজ্ঞসকলে

গৰম পানী খালে সচাকৈ ওজন হ্ৰাস হয় ? কি কয় বিশেষজ্ঞসকলে

ওজন হ্ৰাস কৰাত সহায় কৰে গৰম পানীয়ে ! শুনি আচৰিত লাগিলেও, বিশেষজ্ঞসকলে কয় যে এইটো একেবাৰে অপ্ৰাসংগিক নহয়। প্ৰতিদিনে ছয়ৰ পৰা আঠ গিলাচ গৰম পানীয়ে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে, পানীৰ ভাৰসাম্য বজাই ৰখাটো শৰীৰৰ বাবে ভাল। কিন্তু পানী খোৱাৰ আগতে পানীখিনি অকমান গৰম কৰি লয় ই