Month: December 2022

জাহ্নৱী কাপুৰৰ ফিটনেছৰ ৰহস্য প্ৰকাশ

জাহ্নৱী কাপুৰৰ ফিটনেছৰ ৰহস্য প্ৰকাশ

ফিটনেছৰ ক্ষেত্ৰত বলীউডৰ তাৰকাসকল প্ৰায়ে সকলোৰে আদৰ্শ হয়। যুৱ হাৰ্টথ্ৰব জাহ্নৱী কাপুৰেও তেওঁৰ শৰীৰৰ যথেষ্ট যত্ন লয়। বলীউডৰ চলচ্চিত্ৰৰ উপৰিও, জাহ্নৱী কাপুৰে নৃত্য আৰু সংগীত ভিডিঅ’ৰ জৰিয়তে বহুবাৰ মানুহৰ হৃদয় জয় কৰিছে, তেওঁ ছ’চিয়েল মিডিয়াতো যথেষ্ট সক্ৰিয়। ইয়াৰ লগতে শেহতীয়াকৈ জাহ্নৱীয়ে ফিটনেছক লৈ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। জাহ্নৱীয়ে তেওঁৰ অনুৰাগীসকলক

অসম কন্যাৰ জয়যাত্ৰা:দক্ষিণ ভাৰতৰ ছবিত জিলিকিছে বকলীয়াঘাটৰ জীয়ৰী স্মৃতাৰাণী বৰা

অসম কন্যাৰ জয়যাত্ৰা:দক্ষিণ ভাৰতৰ ছবিত জিলিকিছে বকলীয়াঘাটৰ জীয়ৰী স্মৃতাৰাণী বৰা

এইবাৰ দাক্ষিণাত্যৰ ছবিত এগৰাকী অসম কন্যাৰ জয়যাত্ৰা।দক্ষিণ ভাৰতৰ তেলেগু বোলছবিত জিলিকিছে কাৰ্বি আংলং বকলীয়াঘাটৰ জীয়ৰী।দাক্ষিণাত্যৰ ছবিত অভিনয় কৰিবলৈ সুবিধা পাইছে কাৰ্বি আংলং বকলীয়াঘাটৰ জীয়ৰী স্মৃতাৰাণী বৰাই। স্মিতাৰাণী বৰাই ’গ্ৰন্ধালায়ম’ নামৰ তেলেগু ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। জানুৱাৰী মাহত একেলগে ৫টা ভাষাত মুক্তি পাব ‘গ্ৰন্থলায়ম’ নামৰ তেলেগু ছবিখন। উল্লেখ্য যে, স্মৃতাৰাণী বৰাই ওৱাকিং

এই ৮ টা কাৰণত শৰীৰ হৈ পৰে ভাগৰুৱা

এই ৮ টা কাৰণত শৰীৰ হৈ পৰে ভাগৰুৱা

শৰীৰৰ ক্লান্তি বা ভাগৰ দূৰ কৰিবলৈ পৰ্যাপ্ত পৰিমাণে জিৰণি লোৱা আৰু সঠিক টোপনি অতি প্ৰয়োজনীয়।মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ-দৈনিক ৬-৮ঘন্টাৰ গভীৰ টোপনিৰ বৰ প্ৰয়োজন।*কিন্তু বহু লোকে যিমান সময় শুৱ লাগে-সিমান সময় নুশুৱে।যাৰ ফলত গোটেই দিনটো শৰীৰে ভাগৰুৱা অনুভৱ কৰে।ইয়াৰ উপৰিও-আন-৮টা কাৰণ আছে-যিয়ে আপোনাক সকলো সময়তে ভাগৰুৱা অনুভৱ কৰাব পাৰে।