আপোনাৰ হাততো আছে নেকি এই বিশেষ ৰেখা !

1 min read

যদি আপোনাৰ হাতত-Mচিহ্ন আছে-তেন্তে কি আছে-আপোনাৰ ভাগ্যত!

যদি আপোনাৰ হাতত-Mচিহ্ন আছে,তেন্তে কি আছে-আপোনাৰ ভাগ্যত! মানুহৰ হাতৰ বিষয়ে-তথ্য-অৰ্থাৎ হাত দুখনেই কব যে-আপুনি কেনেধৰণৰ মানুহ।আচলতে-হাত দুখন দাপোনৰ দৰে।আপুনি কিবা কৰাৰ লগে লগে-আপোনাৰ হাত দুখনে-ঠিক তাকেই দেখুৱাব। জ্যোতিষীসকলে এজন ব্যক্তিৰ হাতৰ ৰেখা-বিচাৰ কৰি তেওঁৰ বিষয়ে-ভাল-বেয়া কবলৈ চেষ্টা কৰে।

হাতৰ বিভিন্ন ৰেখাৰ নামো দিব পাৰে।যেনে-

Heart Line, Ayu Line, Bhagya Line,ইত্যাদি। ইমানবোৰ শাৰীৰ মাজত কেতিয়াবা হাতৰ তলত-M’ৰ দৰে ৰেখা পোৱা গৈছেনে!এতিয়া আমি মানুহৰ হাতলৈ চাই চিনিব পাৰোঁ।যদি-M’থাকে-তেতিয়াহে।

যদি-কোনো পুৰুষৰ হাতত Mথাকে-তেতিয়া-তেওঁ বৰ আশাব্যঞ্জক।মানে খুব সংবেদনশীল।যিকোনো উদ্যোগত সফলতা পাব।যদি ছোৱালী হয়-তেন্তে-সেই ছোৱালীজনী যদি প্ৰেমত পৰে-তেন্তে সম্পৰ্কৰ ভৱিষ্যৎৰ প্ৰতি কোনো চিন্তা নাই। গতিকে-চকু মুদি বিশ্বাস কৰিব পাৰি।

নাৰীৰ হাতত M-থাকে-তেন্তে-পুৰুষতকৈও শক্তিশালী হব পাৰে। দুয়োজন প্ৰেমিকৰ হাতত যদি-M-থাকে-তেন্তে-সেয়া ৰাজোতক।কিন্তু তেনে-ক্ষেত্ৰটো সফলতাৰ ক্ষেত্ৰটো ছোৱালী আগবাঢ়িব। M-থকা ল’ৰা-ছোৱালীয়ে যিকোনো পৰিস্থিতিৰ লগত সহজেই নিজকে খাপ খুৱাব পাৰে।( সংগ্ৰহিত)।

You May Also Like

More From Author