যেতিয়া জাণু পেচাবৰ নলীত প্রৱেশ কৰে তেতিয়া সংক্রমণ হয়৷ বেক্টেৰীয়া অতি বেছি সংক্রমণৰ কাৰণ৷E-cloi বেক্টেৰীয়া যেতিয়াBowelত বাস কৰে পেচাবৰ নলীত বেছি সংক্রমণ হয়৷ পেচাবৰ সংক্রমণ হোৱা অংশবিলাক হৈছে–Kidneys, Bladder, Ureters or Urethra. মহিলাৰ পেচাবৰ সংক্রমণ বেছি হয়৷
লক্ষণঃ
- অতি বেছি পেচাব হৈ থাকে৷
- পেচাবটো জলা–পোৰা কৰে৷
- ঘনে ঘনে হয়, কম পৰিমাণৰ পেচাব হয়৷
- পেচাব দেখাত ধোঁৱা ৰণীয়া হয়৷
- পেচাব ৰঙা উজ্জ্বল, গুলপীয়া বা cola ৰঙৰ হয় আৰু পেচাবত তেজ যায়৷
- পেচাবৰ বেছি গোন্ধ ওলায়৷
- মহিলাৰ Pelvicত বিষ হয় আৰুPelvic আৰুPubicbone ৰ মাজৰ চাৰিওফালে বিষ হয়৷
- বমি মি ভাব হয়, মি হয় আৰু জ্বৰ হয়৷
কাৰণঃ
- Bladderত সংক্রমণ হয়৷
- Sexual Intercourseৰ সময়ত সংক্রমণ হয়৷
- কিডনীত অতি বেছি সংক্রমণ হয়৷
- Urethraত সংক্রমণ হয়৷
Risk factorঃ
- Female anatomy পুৰুষতকৈ মহিলাৰUrethraটো চুটি৷
- Sexual activity নতুনSexual partnerৰ ফলত সংক্রমণ বেছি হয়৷
- Certain types of birth control (নির্দিষ্ট প্রকাৰৰ জন্ম নিয়ন্ত্রণ পদ্ধতি ৱহাৰ কৰাৰ ফলত) মহিলাইDiaphragmas ৱহাৰ কৰাৰ ফলত অতি বেছি সংক্রমণ হয়৷
- Menopause মেনোপ’জ হোৱাৰ পিছত হৰম’ন সলনি হোৱাৰ কাৰণে পেচাবৰ নলীত সংক্রমণ হয়৷
কেনেকৈ প্রতিৰোধ কৰ্বি পাৰিঃ
- অতি বেছি পানী খাব লাগে৷
- Cranberry juice খাব লাগে৷
- Wipeৰে পেচাবৰ নলীত সন্মুখৰ পৰা পিছফালে মচ্বি লাগে৷
- Intercourse কৰাৰ পাছতBladder সোনকালে খালী কৰিব লাগে৷
- মহিলাই ৱহাৰ কৰা সামগ্রী যেনে– স্প্রে, বি’ডেন ৱহাৰ কৰ্বি নালাগে৷
- জন্ম নিয়ন্ত্রণ পদ্ধতি সলনি কৰ্বি লাগে৷ যেনেDiaphragms বা আনUnlubaricatd or Condoms সকলোৱে বেক্টেৰীয়া সৃষ্টি কৰ্বি পাৰে৷
জটিলতাঃ
- ডপযুক্ত চিকিৎসা ল’লে সংক্রমণ নহয়৷ কিন্তু চিকিৎসা নকৰিলে ৰিজাল্ট বেয়া হ’৷
- বাৰে াৰে সংক্রমণ হোৱা মহিলাৰ ছমাহত দুবাৰ া ছৰেকত চাৰ্বিাৰ সংক্রমণ হোৱাৰ অভিজ্ঞতা থাকে৷
- স্থায়ীভাৱে কিডনী বেয়া হোৱা হঠাতে হুদিনীয়া কিডনী সংক্রমণ চিকিৎসা নকৰাৰ ফলত হয়৷
- গর্ভৱতী মহিলাৰ াবে অতি ডাঙৰ কথা৷ কম ওজনৰ ব্বীে ডেলিভাৰী হয় া আগতীয়াকৈ কেঁচুৱা জন্ম হ’ পাৰে৷
- পুৰুষৰ পেচাব ওলোৱা পাইপডাল সৰু হৈ থাকিলেGonoccal বেক্টেৰীয়া দেখা পোৱা যায়৷
- ঘা হৈ সংক্রমণ হৈ জীৱনলৈ জটিলতা আন্বি পাৰে৷
চিকিৎসাঃ
- মেডিকেল ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে৷
- নিজেই চিনাক্ত কৰিব লাগে৷
- লেবৰেটৰী পৰীক্ষা কৰ্বি লাগে৷ এক্স–ৰে’ কৰিব লাগে৷
- কেইদিনমান বা এসপ্তাহমানৰ পিছত ভাল হয়৷
পেচাবৰ নলীত সংক্রমণ হ’ব পৰা আন কিছু ডপাদান ঃ - পেচাবৰ নলীৰ অক্ষমতা৷
- পেচাবৰ নলী বন্ধ থাকিব পাৰে৷
- প্রতিৰোধ পদ্ধতি বন্ধ থাকে৷
- কেথাতাৰ ৱহাৰ কৰা বাবে সংক্রমণ হ’ পাৰে৷
- পেচাবৰ নলীত ছার্জাৰী কৰা বা মেডিকেল সঁজুলি ৱহাৰ কৰা বাবে সংক্রমণ হ’ব পাৰে৷