ৰাম আৰু শ্যামা-তুলসীৰ মাজত পাৰ্থক্য কি!ঘৰৰ বাবে-কোনবিধ তুলসী শুভ!
*হিন্দুধৰ্মত তুলসী গছৰ-বিশেষভাৱে গুৰুত্বপূৰ্ণ আছে।হিন্দুধৰ্মৰ প্ৰতিঘৰ লোকৰ ঘৰতে-তুলসী ৰোপণ কৰা হয়।কাৰণ তুলসীয়ে ঘৰলৈ-সুখ-সমৃদ্ধি আৰু ইতিবাচক শক্তিৰ সঞ্চাৰ কৰে।তুলসী দুই প্ৰকাৰৰ।ৰাম তুলসী আৰু শ্যামা তুলসী।
*ৰাম তুলসী আৰু শ্যামা তুলসীৰ মাজত পাৰ্থক্য-
*ৰাম আৰু শ্যামা তুলসী-দুয়োবিধ গছেই শুভ।এই দুই ধৰণৰ গছৰে-নিজস্ব বিশেষত্ব আছে।দেখাত বেলেগ-বেলেগ আৰু অতি সহজে-চিনিব পাৰি এই দুয়োবিধ গছ।
*শ্যামা তুলসী-
শ্যামা তুলসীৰ পাতবোৰ গাঢ়-সেউজীয়া বা বেঙুনীয়া ৰংৰ হয়।হিন্দু শাস্ত্ৰৰ মতে-শ্যামা তুলসীক ভগৱান শ্ৰী কৃষ্ণই বহুত ভাল পাইছিল।সেইবাবে-এই তুলসীক শ্যামা তুলসী বা কানহাৰো বুলিও জনা যায়।ৰাম তুলসীতকৈ ইয়াৰ মধুৰতা কম।
*ৰাম তুলসী-
ৰাম তুলসীৰ পাতৰ ৰং সেউজীয়া।ৰাম তুলসী ভগৱান ৰামৰ অতি প্ৰিয় আছিল বুলি বিশ্বাস কৰা হয়।সেয়হে-ইয়াক ৰাম তুলসী কোৱা হয়।ৰাম তুলসীৰ পাতবোৰ অতি মিঠা আৰু ঘৰত ৰোপণ কৰিলে-অতি শুভ ফলৰ লগতে সুখ-সমৃদ্ধি বৃদ্ধি পায়।পূজাত কেৱল ৰাম তুলসীয়ে ব্যৱহাৰ কৰা হয়।
*ৰাম আৰু শ্যামা তুলসী-দুয়োবিধেই ঘৰত ৰোপণ কৰাটো অতি শুভ।কিন্তু পূজাত ৰাম তুলসী ব্যৱহাৰ কৰাৰ বাবে-প্ৰায়বোৰ ঘৰতে কেৱল ৰাম তুলসী ৰোপণ কৰা হয়।ইয়াৰ ফলত প্ৰগতিৰ পথো মুকলি হয়।আনহাতে-তুলসী ৰোপণৰ বাবে-আটাইতকৈ শুভ দিন হল-বৃহস্পতিবাৰ,শুক্ৰবাৰআৰু শনিবাৰ।এইকেইদিনত তুলসী ৰোপণ কৰিলে-ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ কৃপা লাভ কৰিবলৈ সক্ষম হয়।আনহাতে-একাদশী,গ্ৰহণ