লাডাখত সন্ধানহীন অসমৰ সেনা জোৱান গৌতম!

1 min read

লাডাখত সন্ধানহীন অসমৰ সেনা জোৱান গৌতম ৰাজবংশী। দুগৰাকী সেনা বিষয়াই ঘৰলৈ আহি ঘূৰাই দিলে তেওঁ সা-সামগ্ৰীসমূহ। এপ্ৰিলত বৰফ গলা আৰম্ভ হ’লে আৰম্ভ হব উদ্ধাৰ অভিযান।

You May Also Like

More From Author