নাৰীক কিয় সদাই মৰম আৰু সন্মান কৰিব লাগে ?

1 min read

মহাভাৰতৰ অনুসাশন পৰ্বত

ধৰ্মৰাজ যুধিষ্ঠিৰ’ক উপদেশ দিছিল-

শৰশয্যাত পৰি থকা-গংগাপুত্ৰ ভীষ্মই….!!

কুৰুক্ষেত্ৰৰ যুদ্ধত জয়ী হৈ..

জেষ্ঠ্য পাণ্ডৱ-‘ধৰ্মৰাজ যুধিষ্ঠিৰ’ হষ্ঠিনাপুৰৰ

সিংহাসনত বহাৰ পূৰ্বে

ভগৱান শ্রী কৃষ্ণৰ পৰামৰ্শতে-শৰশয্যাত পৰি থকা

ৰাজনীতিত মহানিপুন- মহাজ্ঞানী-ভীষ্মৰ আৰ্শীবাদ

আৰু দিহা পৰামৰ্শ লবলৈ যাওঁতে-

ভীষ্মই হস্তিনাপুৰৰ নতুন ৰজা-যুধিষ্ঠিৰক

নিজ অভিজ্ঞতাৰ পৰা-বিভিন্ন বিষয়ত বহুত মূল্যবান পৰামৰ্শ দিছিল.. ।

কিন্তু নাৰীসকলৰ বিষয়ে ভীষ্মই কি কৈছিল…!!!

গংগাপুত্ৰ ভীষ্মৰ মতে=

১/মহিলাক কেতিয়াও অনাদৰ কৰিব নেলাগে..

২) অসন্তুষ্ট.., অৱহেলিত-প্ৰতাৰিত-নাৰীয়ে দিয়া

অভিশাপ ভয়ংকৰ..।

৩/যি ঘৰত স্ত্রীক আদৰ কৰা হয়..,

সেই ঘৰত দেৱতাই বাস কৰে..।

৪) স্ত্রী হৈছে-ঘৰৰ লখিমী..

৫/পুত্ৰবধো(বোৱাৰীক) নিজৰ কন্যা (ছোৱালীৰ)

দৰে গণ্য কৰিব লাগে।।

৬) স্ত্রী ৰ ওপৰত কেতিয়াও-হাত উঠাব

(মাৰ পিত) কৰিব নেলাগে..।।(কথাখিনি সংগ্রহিত)

You May Also Like

More From Author