Year: 2022

ভগ্নীৰ গোপন ভিডিও প্ৰেমিকৰ হাতত দি ব্লেকমেইলিং!

ভগ্নীৰ গোপন ভিডিও প্ৰেমিকৰ হাতত দি ব্লেকমেইলিং!

প্ৰেমিকৰ লগত হাত মিলাই ভগ্নীক ব্লেকমেইল কৰাৰ অভিযোগ যুৱতীৰ। যুৱতীগৰাকী আৰু প্ৰেমিকক  গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।দিল্লীত সংঘটিত হৈছে এই ঘটনা। ধৃত যুৱকজনৰ নাম দেৱৰাজ | অভিযোগ অনুসৰি প্ৰেমিকাৰ ভগ্নীৰ গোপন ভিডিও ফাদিল কৰাৰ ভাবুকি দিছিল। তেওঁ ব্লেকমেইলৰ জৰিয়তে টকা ঘটিবলৈ চেষ্টা কৰিছিল। এই কামত তেওঁৰ প্ৰেয়সীয়েও তেওঁৰ লগত সংগ দিছিল।আৰক্ষীৰ মতে,