মাজনিশা গুৱাহাটী মহানগৰীৰ চানমাৰি থানাত হঠাৎ উপস্থিত কণ্ঠশিল্পী দীপলিনা ডেকা । গুৱাহাটীৰ মৃদুল নাথ নামৰ এজন লোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি থানাত এজাহাৰ দাখিল কৰে শিল্পীগৰাকীয়ে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি লোকজনে মানসিক অত্যাচাৰ চলাই আহিছিল দীপলিনা ডেকাক। ফোনতো দীপলিনা ডেকাৰ সৈতে প্ৰায়ে অশ্লীল বাৰ্তালাপ কৰিব বিচাৰিছিল বুলি অভিযোগ উত্থাপন
Year: 2022
চিনেমাত অভিনেতা-অভিনেত্ৰীৰ প্ৰেম কাহিনীবোৰ প্ৰায়ে সম্পূৰ্ণ হৈ উঠে যদিও বাস্তৱ জীৱনত কেতিয়াবা কিছুমান প্ৰেম কাহিনী আধৰুৱা হৈয়েই থাকে। তেনে এক প্ৰেম কাহিনী আছিল অভিষেক বচ্চন আৰু কৰিশ্মা কাপুৰৰ। কৰিশ্মা আৰু অভিষেকে এটা সময়ত ইজনে সিজনক বহুত ভাল পাইছিল। আনকি দুয়োৰে বাগ্দানও সম্পন্ন হৈছিল। বচ্চন পৰিয়ালটোৱে কৰিশ্মাক নিজৰ ঘৰৰ বোৱাৰী কৰি
‘সাথ নিভানা সাথিয়া’ৰ গোপী বাহু ওৰফে দেৱোলীনা ভট্টাচাৰ্জীয়ে গোপনে বিয়া হোৱাৰ পিছৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। মানুহে তেওঁক অহৰহ টাৰ্গেট কৰি আছে। কেৱল এয়াই নহয়, কিছুমানে ধৰ্মৰ পাঠও শিকাইছে। কোনোৱে তেওঁক বলীউডৰ অভিনেত্ৰী আলিয়া ভাটৰ সৈতে তুলনা কৰি কয় যে গৰ্ভৱতী হোৱাৰ বাবেই তেওঁও এনেদৰে খৰখেদাকৈ বিয়া পাতিছিল।
Savor a few delectably inviting and enticing healthy grilled delights! Healthy cooking has a varied and wide spread way to do list and choices which we can adapt to with a few changes in our usual methods of cooking. the application of heat and its impact on the ingredients being
আপুনি যিমানেই শিক্ষিত নহওক কিয়, ডাক্তৰৰ হাতৰ আখৰ পঢ়াটো অসম্ভৱ। কেৱল মেডিকেল ষ্ট’ৰে বুজিব পাৰে বা ডাক্তৰে নিজেই বুজিব পাৰে ডাক্তৰৰ হাতৰ আখৰ। আপোনাৰ আৰু আমাৰ দৰে মানুহৰ বাবে ডাক্তৰৰ লিখনি পঢ়িবলৈ বৰ কষ্টকৰ। অৱশ্যে যেতিয়া গুগল বাবা থাকে তেতিয়া কি চিন্তা কৰিব লাগে। এতিয়ালৈকে গুগলে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিছে