Year: 2022

নগাঁৱৰ লেংটেং নিজৰিবস্তিত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত এজন লোক

নগাঁৱৰ লেংটেং নিজৰিবস্তিত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত এজন লোক

নিউজ ব্যুৰ’,নগাঁও,১৮ জুলাই :– খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতী এটাই নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত লেংটেং অঞ্চলৰ নিজৰিবস্তিত যোৱা নিশা এজন লোকক আক্ৰমণ কৰি থিতাতে