সাম্প্রতিক সময়ত বিবাহ বিচ্ছেদৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ বিভিন্ন কাৰণত এহাল স্বামী–স্ত্রীয়ে বিচ্ছেদ বিচাৰিব পাৰে৷ কিন্তু তেওঁলোকৰ এনে সিদ্ধান্তই তেওঁলোকৰ সন্তানৰ জীৱন দুর্বিষহ কৰি তুলিব পাৰে৷ শেহতীয়া এক গৱেষণাত প্রকাশ পাইছে যে কিছুমান কিশোৰ–কিশোৰী পঢ়া–শুনাত যথেষ্ট তীক্ষ্ণ হ’লেও বা অন্যান্য দিশত প্রতিভাৰ অধিকাৰী হ’লেও তেওঁলোকে আনৰ পৰা আঁতৰত অৱস্থান কৰে৷
Year: 2022
লক্ষ্মী-নাৰায়ণৰ ব্ৰতৰ লাভ- *বৈভৱ আৰু ধন সম্পদৰ প্ৰাপ্তি- লক্ষ্মী-নাৰায়ণৰ ব্ৰত তথা পূজা কৰিলে-ঘৰত সকলো ধৰণৰ সমৃদ্ধিৰ বৃদ্ধি হয়।কোনো ব্যক্তি ধাৰত থাকিলে-এই ব্ৰত কৰিব লাগে।এই ব্ৰত কৰিলে-সংযুক্ত পূজনৰ দ্বাৰা সুখ-সম্পত্তি,ধন,বৈভৱ আৰু সমৃদ্ধিৰ বৰদান প্ৰাপ্ত হয়।যদি কোনো ব্যক্তিৰ কুণ্ডলীত কেমদ্ৰুম যোগ হয়-তেন্তে সেইজনৰ বাবে-এই পূজাই বহুত শুভ ফল দিয়ে। *চাকৰি আৰু ব্যৱসায়ত
ভাগৱতী দূৰ্গাৰ দহটা অৱতাৰৰ ভিতৰৰ ভিতৰত অন্যতম আছিল-মহাকালি। যাৰ ভয়ংকৰ তথা-কালী ৰূপটোৰ জন্ম অসুৰৰ বিনাশৰ বাবে-হৈছিল। এয়াই সেই-একমাত্ৰ শক্তি যাক কালেও ভয় কৰে।তেওঁৰ খঙে এনে এক-ভয়ংকৰ ৰূপ ধাৰণ কৰে যে-সমস্ত জগতৰ শক্তি মিলিও-তেওঁৰ খং নিয়ন্ত্ৰণ কৰিব নোঁৱাৰে।তেওঁৰ এই খং ৰোধ কৰাৰ বাবেই-তেওঁৰ স্বামী স্বয়ং মহাদেৱে আহি তেওঁৰ ভৰিৰ ওচৰত শুই
আমাৰ সকলোৰে ঘৰত এখন পূজা স্থল থাকে।তাত সকলোৱে ভগৱানৰ প্ৰতিমা ফটো স্থাপিত কৰি পূজা-অৰ্চনা কৰে।আমাৰ হিন্দু শাস্ত্ৰত বহু কেইগৰাকী দেৱী-দেৱতা আছে।ইয়াৰে মাজত কোনজন ভগৱানৰ পূজা কৰিবৰ বাবে-ঘৰত ৰখা হয়-ইয়াৰ বিষয়ে সকলোৱে নাজানে। *ঘৰত সূৰ্য্য ভগৱান- ভগৱান শ্ৰী গণেশ, শ্ৰী বিষ্ণু,ভগৱান শংকৰ, বীৰ হনুমান, মা দূৰ্গা আৰু অন্য দেৱী,মাতা পাৰ্ৱতীৰ মূৰ্তি
শুনিয়ো হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতৰে যত বস্তু আছে তোক নোজোৰয় ৷ তাক তেজি কৃষ্ণ নাম অক্ষয় অমৃত পিয়া সন্তোষক লভিয়ো হৃদয় ৷৷ অৰ্থাৎ , সকলো ভোগ্য বস্তু লাভৰ আকাংক্ষা ত্যাগ কৰি কৃষ্ণ নাম অমৃত পান কৰা, ৷ কৃষ্ণ নামৰ বাহিৰে জগতৰ সকলো বস্তু অনিত্য,বিনাশী ৷ধন ঐশ্বৰ্য্য সংগ্ৰহ কৰা আৰু ইয়াক