Year: 2022

জালুকবাৰী উৰণ সেতুত ফাট; দুর্ঘটনাৰ আশংকা

জালুকবাৰী উৰণ সেতুত ফাট; দুর্ঘটনাৰ আশংকা

জালুকবাৰী উৰণ সেতুত বৃহৎ ফাট মেলা পৰিলক্ষিত হৈছে৷ সদাব্যস্ত উৰণ সেতুত যিকোনো মুহূর্তত ভয়ংকৰ দুর্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় লোকে৷ উৰণ সেতুৰ দেৱালত ফাট মেলাৰ লগতে উৰণ সেতুত