Year: 2022

ধুবুৰী আদালতত উত্তপ্ত পৰিৱেশঃ আদালত চৌহদত আৰক্ষী বিষয়াই অধিবক্তা এগৰাকীক অস্ত্ৰ দেখুৱাই ভাবুকি দিয়াৰ অভিযোগ

ধুবুৰী আদালতত উত্তপ্ত পৰিৱেশঃ আদালত চৌহদত আৰক্ষী বিষয়াই অধিবক্তা এগৰাকীক অস্ত্ৰ দেখুৱাই ভাবুকি দিয়াৰ অভিযোগ

আজি বিয়লিৰ ভাগত ধুবুৰী আদালত চৌদদত এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয়। কেতিয়া নঘটা, নাভূত–নাশ্ৰুত ঘটনাৰ সূত্ৰপাত ঘটাই অকস্মাতে আদালতৰ বাৰান্দাত এগৰাকী আৰক্ষী বিষয়াৰে আদালতৰ একাংশ অধিবক্তাৰে দূৰ্বাদল কাজিয়াৰ আৰম্ভ হোৱা