Year: 2022

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰাম্য কল্যাণ সমিতিৰ পুথি উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰাম্য কল্যাণ সমিতিৰ পুথি উন্মোচন

গ্ৰাম্য কল্যাণ সমিতিৰ সভাপতি চাবিনা সৰকাৰ আৰু অখিল ভাৰতীয় দগন সেৱা আশ্ৰমৰ সম্পাদক হৰচিং হান্সেই গ্ৰাম্য কল্যাণ সমিতিয়ে গ্ৰাম্য সম্প্ৰদায়ৰ উন্নতিক লৈ যোৱা ২০ বছৰে কৰি অহা কামৰ সফলতা উদযাপন কৰি আজি গুৱাহাটী প্ৰেছ ক্লাবত এক তথ্য পুথি উন্মোচিত কৰে৷

ৰহাত বানৰ ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

ৰহাত বানৰ ভয়াৱহ পৰিস্থিতি পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বিলাংপি জলবিদ্যুত প্ৰকল্পত জমাহোৱাত পানী শ্লুইচ গেটেদি এৰি দিয়াৰ ফলত কপিলী নদীৰ লগতে দাঁতিকাষৰীয়া নদী সমূহত অত্যাধিক জলপৃষ্ঠ বৃদ্ধি হৈ বানপানীৰ সৃষ্টি হোৱাত কাৰ্বি আংলং, হোজাইৰ লগতে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত বানে তীব্ৰ ক্ষতি কৰিছে।এই বানে নগাঁও জিলাৰ কামপুৰ আৰু ৰহা ৰাজহচক্ৰত বৃহতভাৱে ক্ষতি

ষষ্ঠতম চি এচ আৰ হেল্থ ইমপেক্ত এৱাৰ্ড, হেল্থ কেম্পেইন  ২০২২ অৰ্জন অইল ইণ্ডিয়া লিমিটেডৰ

ষষ্ঠতম চি এচ আৰ হেল্থ ইমপেক্ত এৱাৰ্ড, হেল্থ কেম্পেইন ২০২২ অৰ্জন অইল ইণ্ডিয়া লিমিটেডৰ

দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে আই এইচ ডব্লিউ কাউন্সিলে নতুন দিল্লীস্থিত হায়াত ৰেজেন্সিত আয়োজন কৰা ষষ্ঠতম চি এচ আৰ হেল্থ ইমপেক্ত এৱাৰ্ড ২০২২ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি উদ্যোগ প্ৰতিষ্ঠানটোৱে চি এচ আৰ প্ৰকল্প অইল আৰোগ্যৰ বাবে  শ্ৰেষ্ঠ চি এচ আৰ হেল্থ কেম্পেইন ২০২২ শিতানত সোণৰ

শিৱসাগৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ পৰা চাইকেলেৰে ধুবুৰীহৈ জোনাইত উপস্থিত নৱজ্যোতি শইকীয়া

শিৱসাগৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ পৰা চাইকেলেৰে ধুবুৰীহৈ জোনাইত উপস্থিত নৱজ্যোতি শইকীয়া

  দেশৰ স্বহীদক শ্ৰদ্ধাঞ্জলি, অংগদান জল সংৰক্ষণ আৰু পৰিবেশ সজাগতা সৃষ্টিৰ লক্ষ্যৰে চাইকেলেৰে ধুবুৰীৰ পৰা শদিয়া ভ্ৰমণ যুৱকৰ জনৰ   দেশৰ স্বাধীনতাৰ ৭৫ বছৰত যি সকল বীৰে দেশৰ ৰক্ষাৰ বাবে প্ৰান আহুতি দিয়া বীৰ স্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই “SALUTE TO THE REAL HERO’S, জল সংৰক্ষণ , পৰিবেশ সজাগতা আৰু অংগদান

অসম বংগ সীমান্তৰ শিমুলটাপুত বেৰিকেটৰ শুভ উদ্বোধন কৰে এম ছি এল এ সজল কুমাৰ সিংহই

অসম বংগ সীমান্তৰ শিমুলটাপুত বেৰিকেটৰ শুভ উদ্বোধন কৰে এম ছি এল এ সজল কুমাৰ সিংহই

গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপি দলৰ MCLA সজল কুমাৰ সিংহই তেখেতৰ নিজা গাঁঠিৰ ধনেৰে অসম বংগ সীমান্তৰ শিমূলটাপুত কন কন ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজৰ সুৰুক্ষাৰ বাবে আজি (৩১ ছি) ৰাষ্ট্ৰীয় ঘাইপথ পাৰা পাৰৰ সুবিধাৰ্থে বেৰিকেট বনাই দিয়ে। উক্তবেৰিকেটৰ শুভ উদ্বোধন কৰে ৩নং শ্ৰীৰামপুৰ সমষ্টিৰ MCLA সজল কুমাৰ সিংহ।উক্ত কাৰ্য্যসূচীত