The Tripura government is readying a contingency plan for supply of essential items by road from Assam as restoration of railway network affected by rain-triggered landslides in the neighbouring state will take at least two months, officials said on Tuesday. As of now, Tripura has “no shortage” of essential items
Year: 2022
India added 2,364 new coronavirus infections taking the total tally of COVID-19 cases to 4,31,29,563, while the active cases declined to 15,419, according to the Union Health Ministry data updated on Thursday. The death toll climbed to 5,24,303 with 10 fresh fatalities, the data updated at 8 am stated. The
জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰীশ্ৰী আলিপুখুৰী পাটেকীবড়ি সত্ৰৰ ভূমি বেদখলৰ বহুদিনীয়া সমস্যাটো সমাধান কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰ । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত আৰু অসম সত্ৰ ভূমি বেদখল আৰু পুনৰীক্ষণ আয়োগৰ অধ্যক্ষ তথা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ উদ্যোগত অৱশেষত গুৰুজনাৰ জন্মস্থান আলিপুখুৰী পাটেকীবড়ি
জেলৰ পৰা ওলাই আহিয়েই বিদ্ৰোহী সংগঠন “আপলাৰ” (এ পি এল এ) সেনা প্ৰধান ছাহিল মুণ্ডা বিস্ফোৰক মন্তব্য গোলাঘাট আৰক্ষীৰ বিৰূদ্ধে ।চক্ৰান্তমূলক ভাবে আটক কৰি জেল হাজোটলৈ প্ৰেৰণ কৰিছিল ছাহিল মুণ্ডাসহ “আপলাৰ”(এ পি এল এ) আন এজন সদস্য “জয়ন্ত হাও” ক । 2019 চনৰ পৰা যুদ্ধ বিৰতিত থকা আনলা গোটৰ পৰা
নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ৰণথলীত সৰ্প দংশনত এজন ব্যক্তিৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ মৃত্যুক সাৱতি লোৱা ব্যক্তিজন হৈছে প্ৰদীপ বনিয়া(৩৪) ৷ মৃত বনিয়াৰ ঘৰ নগাঁও জিলাৰ ৰণথলি আদৰ্শ গাঁৱত ৷ জানিব পৰা মতে কালি বিয়লি প্ৰায় চাৰি বজাত প্ৰদীপ বনিয়াই ৰণথলি আদৰ্শ গাঁৱৰ সাপেখাতি বিলৰ পাৰলৈ