Year: 2022

‘ভাৰতক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰক, সকলো ধৰ্মনিষিদ্ধ কৰক’: যশোৱন্ত সিনহা

‘ভাৰতক হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰক, সকলো ধৰ্মনিষিদ্ধ কৰক’: যশোৱন্ত সিনহা

হিন্দুত্বকলৈ দেশৰ একাংশ লোকে এক প্ৰকাৰৰ উন্মাদনাৰ সৃষ্টি কৰাৰ সময়তে।এক ব্যঙ্গাত্মক টুইট পোষ্ট কৰি টিএমচিৰ উপ-সভাপতি যশোৱন্ত সিনহা সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।সোমবাৰে যশোৱন্ত সিনহাই কয় যে ভাৰতক “হিন্দু ৰাষ্ট্ৰ” হিচাবে ঘোষণা কৰা উচিৎ আৰু আন সকলো ধৰ্মনিষিদ্ধ কৰক। তেতিয়াহে দেশৰ সকলো সমস্যাৰ সমাধান হ’ব পাৰে। “তেওঁ তেওঁৰ টুইটত লগতে কয়,

Four monkeys of foreign origin rescued in Jalpaiguri

Four monkeys of foreign origin rescued in Jalpaiguri

Four monkeys, suspected to have been smuggled from Indonesia, were rescued in West Bengal’s Jalpaiguri district, officials said on Wednesday. Acting on a tip-off, the monkeys, valued at Rs 1.10 crore, were seized from a Siliguri-bound bus in Moynaguri, the Customs said. The bus was coming from Assam, it added.

অসমত স্থাপন হ’ব ৩৪খন পলিটেকনিক আৰু ৪৩খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান…

অসমত স্থাপন হ’ব ৩৪খন পলিটেকনিক আৰু ৪৩খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান…

বুধবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত স্বাক্ষৰিত হ’ল এক ঐতিহাসিক বুজাবুজিৰ চুক্তি ৷ টাটা টেকন’লজী আৰু অসম চৰকাৰৰ মাজত স্বাক্ষৰিত হয় এই চুক্তি ৷ ইয়াৰ জৰিয়তে অসমত স্থাপন হ’ব ৩৪খন পলিটেকনিক আৰু ৪৩খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ৷ এই কাৰ্যত ব্যয় হ’ব ২৩৯০ কোটি টকা। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত চুক্তিৰ