Advertisement

Year: 2022

কান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শন হ’ব অসমীয়া ছবি ‘বাঘজান’ আৰু ‘বুম্বা ৰাইড’

কান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শন হ’ব অসমীয়া ছবি ‘বাঘজান’ আৰু ‘বুম্বা ৰাইড’

সন্মানীয় কান চলচ্চিত্র মহোৎসৱত প্ৰদৰ্শিত হ’ব অসমীয়া ছবি ‘বাঘজান’ । কান চলচ্চিত্র মহোৎসৱৰ ‘ফিল্ম বাজাৰ’ শাখাত প্রদর্শিত হ’ব ‘বাঘজান’। জয়ছেং চাই দহোটিয়াই নির্মাণ কৰা বাঘজান নামৰ ছবিখন এইবাৰ কান মহোৎসৱত