Mhalo Kikon, an 80-year-old differently-abled Naga woman was allegedly “strip-searched” by Central Industrial Security Force (CISF) staff at the Lokpriya Gopinath Bordoloi International Airport at Guwahati in Assam on Thursday. The woman and her grandchild were on their way to Delhi. The wheelchair-bound Kikon, who underwent a hip replacement surgery
Year: 2022
Around twenty thousand TET teachers’ have staged protests in front of Sarba Siksha Abhijan office at Kahilipara, Guwahati. Teachers from across the state gathered at Guwahati to gherao the Sarba Siksha Abhijan office in protest against various demands. Notably, many teachers who are on their way to Guwahati to stage
মৰিয়নি পৌৰসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়ৰ পাছত বিধায়ক গৰাকীৰ প্ৰথম খন সংবাদমেল।মৰিয়নি পৌৰসভা বিজেপিয়ে গঠন কৰিব নোৱাৰিব বুলি জনাৰ পাছতো বিজেপিয়েই গঠন কৰাৰ ওপৰত সম্পূৰ্ণ আশাবাদী ৰূপজ্যোতি কুৰ্মী।অহা ৪এপ্ৰিলৰ ভিতৰত গঠন হ’ব মৰিয়নি পৌৰসভা।যিকেইটা ৱাৰ্ডত বিজেপি প্ৰাৰ্থীয়ে পৰাজয় বৰণ কৰে সেই সমুহ ৱাৰ্ডত কোনো উন্নয়ন নহ’ব বুলি ৰূপজ্যোতি কুৰ্মীৰ ঘোষনা।উল্লেখ্য
নগাঁও জিলাৰ এগৰাকী ব্যৱসায়ীয়ে নগাঁও জিলাখনৰ বিভিন্ন স্থানৰ বিদ্যালয়সমূহৰ গছৰ তলত পেলাই থোৱা সৰস্বতী মূৰ্ত্তি সমূহ নিজা প্রচেষ্টাৰে উঠাই নি কলং নৈত বিসর্জন দি এক প্রশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে । নগাঁৱৰ হয়ৱৰগাওঁ তেলীয়াপট্টি চাৰিআলিৰ বাসিন্দা বিনোদ খেটাৱতে আজি কেইবা বছৰ ধৰি এই কাম কৰি আহিছে। এইবাৰো তেওঁ এনে কাম কৰি
অসমৰ আদিবাসী সকলক জনজাতি আৰু ভূমি পট্টা প্ৰদানৰ দাবীত আজি বাক্সাৰ মুছলপুৰত ৩ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুছলপুৰ দূৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত এই ধৰ্ণা কাৰ্যসূচীত ভাগ লৈ আদিবাসী জাতীয় মহাসভা সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক বীৰসিং মুণ্ডাই কয় যে যুগে যুগে আদিবাসী সকলক চৰকাৰে বঞ্চনা কৰি আহিছে। ২০১৯ চনত