Year: 2022

বিধায়কৰ সৰলতা: চিকিৎসালয়ত সাধাৰণ লোকৰ দৰে অপেক্ষা

বিধায়কৰ সৰলতা: চিকিৎসালয়ত সাধাৰণ লোকৰ দৰে অপেক্ষা

  নিজৰ ক্ষমতা দেখুৱাই মন্ত্ৰী-বিধায়কে বিভিন্ন স্থানত নিয়ম ভংগ কৰাটো ডাঙৰ কথা নহয়। বিশেষকৈ ভিআইপিৰ সুবিধা লৈ চিকিৎসালয় বা আন স্থানত প্ৰায়েই শাৰী ভংগ কৰে ৰাজনৈতিক নেতাসকলে। কিন্তু, ব্যতিক্ৰম অসমৰ