কাঞ্চনপুৰৰ বটতলত অভিযান চলাই 9 টাকৈ কন্টেইনাৰ ভৰ্তি ড্ৰাগছ সহ আটক ড্ৰাগছ সৰবৰাহকাৰী ৷ ধৃত সৰবৰাহকাৰীটো বটতলৰ মফিদুল ইছলাম । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ অবৈধ বেহা চলাই আহিছিল।গোপন খবৰৰ ভিত্বিত ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অভিযান চলাই ড্ৰাগছ সহ আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ সৰবৰাহকাৰীটোক।
Year: 2022
‘বিহু’ বিষয়টোক পাঠ্যক্ৰমৰ পৰা শিক্ষা সংসদে কৰ্তন কৰিবলৈ লোৱাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি শিৱসাগৰ আৱৰ্ত ভৱনত এই সন্দৰ্ভত মুখ খুলিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । বিহু বিষয়টো এতিয়ালৈকে বাদ দিয়া হোৱা নাই বা এই বিষয়ে কোনো নিৰ্দেশনা ওলোৱা নাই বুলি সদৰী কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁ কয় ”
Shiv Sena workers in Madhya Pradesh’s Bhopal staged a demonstration on Sunday, vowing to stop couples from celebrating Valentine’s Day. During the demonstration, Shiv Sena workers were seen worshipping ‘lathis’ (sticks) at Kalika Shakti Peeth temple. They also issued a warning: “If couples are seen hanging around in public parks
A new research has found that paternal alcohol use can cause issues in fetal development. The research has been published in the ‘FASEB Journal’. Dr Michael Golding, an associate professor in the CVMBS’ Department of Veterinary Physiology & Pharmacology (VTPP), has spent years investigating the father’s role, specifically as it
অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ (Riyan Parag)ক কিনিলে ৰাজস্থান ৰয়েলছে। ৩.৮ কোটি টকাত ৰাজস্থান ৰয়েলছে কিনিলে ৰিয়ান ৰিয়ানৰ বাবে ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত হৈছিল টনাটনি। অসমৰ পৰা IPLত অংশ লোৱা একমাত্ৰ খেলুৱৈ হৈছে ৰিয়ান পৰাগ। এতিয়ালৈ ৪ খন আইপিএলত অংশ লোৱা ৰিয়ান পৰাগে এতিয়ালৈ কেৱল ৰাজস্থান ৰয়েলছৰ হৈ খেলি আছে। ২০১৯