Year: 2022

কলেজৰ পৰা গৃহাভিমুখী দৰং মহাবিদ্যালয়ৰ ছাত্রীক অপহৰণ

কলেজৰ পৰা গৃহাভিমুখী দৰং মহাবিদ্যালয়ৰ ছাত্রীক অপহৰণ

 তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰী হঠাতে নোহোৱা হ’ল ৷ ঘটনা অনুসৰি, বৃহস্পতিবাৰে দৰং মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰী পৰিস্মীতা ঘৰৰ পৰা ওলাই গৈছিল ক্লাছলৈ বুলি ৷ ক্লাছৰ শেষত প্ৰায় একমান বজাত মাকক ফোন কৰি ঘৰলৈ গৈ থকাৰ কথাও জানিবলৈ দিয়ে তাই ৷ পিছে, ঘৰলৈ যাম বুলি ক’লেও

Assam reports 6,897 COVID cases, 15 deaths

Assam reports 6,897 COVID cases, 15 deaths

Assam reported 6,897 new COVID cases and 15 deaths on Friday. According to Chief Minister’s Office, out of the total new cases, 1,561 cases were reported from the Kamrup district. With 56,849 samples tested in the last 24 hours, the positivity rate in Assam remained 12.13 per cent on Friday.