হঠাৎ মূৰ ঘুৰাই ধলি পৰাৰ ৪ টা আটাইতকৈ ডাঙৰ কাৰণ

1 min read

হঠাৎ মূৰ-ঘুৰাই ধলি পৰাৰ-৪টা আটাইতকৈ ডাঙৰ কাৰণ জানো আহক ।-

১/নিম্ন ৰক্তচাপ-

*মূৰ ঘুৰাই ধলি পৰাৰ মূখ্য কাৰণ হৈছে-নিম্ন ৰক্তচাপ।এইটো বিশেষকৰি সেই লোকসকলৰ বেছি হয়-যি-সকলৰ বয়স-৬৫ বছৰতকৈ অধিক হয়।

২/ডিহাইড্ৰেচন-

*যেতিয়া মানুহৰ শৰীৰ ডিহাইড্ৰেটেড হয়-তেতিয়া পানীৰ পৰিমাণ হ্ৰাস হয় আৰু ৰক্তচাপ হ্ৰাস হোৱাৰ ফলত মূৰ ঘুৰাই ধলি পৰাৰ আশংকা বৃদ্ধি হয়।

৩/মধুমেহ-

*সাধাৰণতে মধুমেহ ৰোগীসকলৰ ক্ষেত্ৰত-হঠাতে মূৰ ঘুৰাই ধলি পৰাৰ সম্ভাৱনা অধিক হয়।কিয়নো যদি-মধুমেহ ৰোগীয়ে অধিক প্ৰস্ৰাৱ কৰি থকাত শৰীৰত ডিহাইড্ৰেচন আশংকা অধিক হয়।

৪/হৃদৰোগ-

হৃদৰোগক মূৰ ঘুৰাই ধলি পৰাৰ এক গুৰুত্বপূৰ্ণ কাৰণ বুলিও গণ্য কৰা হয়।কিয়নো-যেতিয়া এনে হয়-মগজুলৈ তেজৰ যোগান প্ৰভাৱিত এই হয়।এই ধৰণৰ মূৰ ঘুৰাই ধলি পৰাক-চিকিৎসকৰ ভাষাত কাৰ্ডিয়াক চিনকোপ বুলি কোৱা হয়।( সংগ্ৰহিত)।

You May Also Like

More From Author