নৱবৰ্ষত সুৰা বিক্ৰীৰে গুৱাহাটীয়ে গঢ়িলে অভিলেখ

1 min read

নৱবৰ্ষত সুৰা বিক্ৰীৰে গুৱাহাটীয়ে গঢ়িলে অভিলেখ।৩১ ডিচেম্বৰত বিক্ৰী হ’ল ৪ কোটি ৮০ লাখ টকাৰ সুৰা।

১ জানুৱাৰীত বিক্ৰী হ’ল ৩ কোটি ২১ লাখ টকাৰ সুৰা।এই তথ্য সদৰি কৰিছে আবকাৰী বিভাগে।

যদিও সুৰা বিক্ৰীৰ ধনেৰে চৰকাৰৰ ৰাজহ ভঁৰাল টনকিয়াল হৈছে,একেসময়তে মহানগৰখনৰ বাতাৱৰণক লৈয়ো প্ৰশ্ন উদয় হৈছে৷

You May Also Like

More From Author